উত্তৰঃ- প্ৰকৃতিৰ উপাদান পূজাক কেন্দ্ৰ কৰি বৈদিক নিয়ম ৰচণা হৈছিল।
Month: January 2022
কিহৰ উৎপত্তিৰ লগে লগে ব্ৰাহ্মণ্য ধৰ্ম আৰু আৰ্য্য সংস্কৃতিৰ উৎপত্তি হৈছিল?
উত্তৰঃ- বেদৰ উৎপত্তিৰ লগে লগে ব্ৰাহ্মণ্য ধৰ্ম আৰু আৰ্য্য সংস্কৃতিৰ উৎপত্তি হৈছিল।
অসমৰ ধৰ্মীয় জীৱনৰ ওপৰত প্ৰতিষ্ঠিত বেছিভাগ ৰীতিয়েই কাৰ আছিল?
উত্তৰঃ- অসমৰ ধৰ্মীয় জীৱনৰ ওপৰত প্ৰতিষ্ঠিত বেছিভাগ ৰীতিয়েই আছিল অনাৰ্য্যৰ।
কোন কোন জনজাতিৰ লোকসকলৰ মাজত নৰিবলি প্ৰথা প্ৰচলিত আছিল?
উত্তৰঃ- খাঁচী, নগা, লুচাই-কুকি, গাৰো, কছাৰী, ৰাভা, চুতীয়া, আৱৰ আদি জনজাতিৰ লোকসকলৰ মাজত নৰিবলি প্ৰথা প্ৰচলিজনজাতিৰ লোকসকলৰ মাজত নৰিবলি প্ৰথা প্ৰচলিত আছিলত আছিল।