Chapter: 1 আবয়বিক নৃতত্ৱ অনুশীলনী 1. বংশগতি মানে কি ? উত্তৰঃ 2. বংশগতিৰ আৱিস্কাৰক কোন ? উত্তৰঃ 3. মেণ্ডেলৰ বংশগতি সূত্ৰসমূহ কি কি ? উত্তৰঃ 4. মেণ্ডেলৰ এক সংকৰ অনুপাত কি ? উত্তৰঃ 5. জিন’টাইপ আৰু ফিন’টাইপ বুলিলে কি বুজা ? Read More …
Month: January 2022
ক’ত প্ৰাগজ্যোতিষ ৰাজ্য আৰু নৰকৰ বিৱৰণ পোৱা যায়?
উত্তৰঃ- ৰামায়ণত প্ৰাগজ্যোতিষ ৰাজ্য আৰু নৰকৰ বিৱৰণ পোৱা যায়।
কিহৰ ওপৰত ভিত্তি কৰি আৰ্য্য় সংস্কৃতিৰ প্ৰথম প্ৰচলন কৰা হৈছিল?
উত্তৰঃ- ব্ৰাহ্মণ, গৃহসূত্ৰ আৰু মহাকাব্যৰ ওপৰত ভিত্তি কৰি আৰ্য্য় সংস্কৃতিৰ প্ৰথম প্ৰচলন কৰা হৈছিল।
বিভিন্ন লিখিত তথ্য আৰু ভগ্নাংৱশেষবোৰে কিহৰ বিষয়ে প্ৰমাণ দিয়ে?
উত্তৰঃ- বিভিন্ন লিখিত তথ্য আৰু ভগ্নাংৱশেষবোৰে ব্ৰাহ্মণ দেৱতাৰ পূজাৰ বিষয়ে প্ৰমাণ দিয়ে।