উত্তৰঃ- কুমাৰ ভাস্কৰবৰ্মনে উত্তৰ বঙ্গত ২০৫ ঘৰ ব্ৰাহ্মণক মাটি দান কৰিছিল।
Month: January 2022
কি লিপিত আৰ্য্যধৰ্মৰ সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰিছিল?
উত্তৰঃ- নিধানপুৰ লিপিত আৰ্য্যধৰ্মৰ সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰিছিল।
কোনে কামৰূপৰ ৰজা ঘটকক পৰাজয় কৰি কীৰাটসকলক কামৰূপৰ পৰা খেদি পঠাইছিল?
উত্তৰঃ- নৰকে কামৰূপৰ ৰজা ঘটকক পৰাজয় কৰি কীৰাটসকলক কামৰূপৰ পৰা খেদি পঠাইছিল।
কোন কামৰূপৰ প্ৰথমজন ৰাজনৈতিক বংশৰ লোক?
উত্তৰঃ- নৰক কামৰূপৰ প্ৰথমজন ৰাজনৈতিক বংশৰ লোক।