উত্তৰঃ ১৬০০ খৃঃত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ১৬০২ খৃঃত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল ।
Month: January 2022
DNA প্ৰথম আৱিস্কাৰ কোনে কৰে?
উত্তৰঃ মেয়িশ্চাৰ।
বায়লজি শব্দটো কোনে প্ৰথমে প্ৰচলন কৰিছিল?
উত্তৰঃ জাঁ বেপটিষ্ট লেৰ্মাক।
আপেলত কি এচিড থাকে?
উত্তৰঃ মেলিক এচিড।