উত্তৰঃ- কামৰূপৰ ৰজাসকলৰ ১৯ খন তামৰ ফলিৰ ভিতৰত ১৮ খনে ব্ৰাহ্মণ পণ্ডিত সকলক মাটি দানৰ বিষয়ে উল্লেখ কৰিছে আৰু ১ খনে সকলোৰে বাবে মুকলি হৈ থকা এটা অতিথি গৃহৰ পৰিচালনাৰ বাবে সাতখন গাঁও দান কৰাৰ বিষয়ে উল্লেখ কৰিছে।
Month: January 2022
কামৰূপৰ পৰা যোৱা ব্ৰাহ্মণ পণ্ডিত বিষ্ণুচোমাচাৰ্য্য়ক কোনে ভূমিদান কৰিছিল?
উত্তৰঃ- কামৰূপৰ পৰা যোৱা ব্ৰাহ্মণ পণ্ডিত বিষ্ণুচোমাচাৰ্য্যক গঙ্গা ৰজা অনন্তবৰ্মনে ভূমিদান কৰিছিল।
কামৰূপৰ আন দুজন বিখ্যাত পণ্ডিত কোন আছিল?
উত্তৰঃ- কামৰূপৰ আন দুজন বিখ্যাত পণ্ডিত আছিল বিশাখাদত্ত আৰু কুমাৰিলভট্ট।
জন হুছ কোন আছিল ?
উত্তৰঃ জন হুছ আছিল গীৰ্জাৰ বিৰুদ্ধে যুদ্ধ কৰা আন এজন সংস্কাৰক ।