উত্তৰঃ- কামৰূপৰ ৰজাসকলেও অভিষেক, অশ্বমেধ আৰু আন ব্ৰাহ্মণ্য যজ্ঞ শাস্ত্ৰৰ ৰাতিমতে সমাধান কৰিছিল।
Month: January 2022
ব্ৰাহ্মণসকলে গোটেই জীৱনকালত কি সমপন্ন কৰাটো বাধ্যতামূলক আছিল?
উত্তৰঃ- ব্ৰাহ্মণসকলে গোটেই জীৱনকালত অগ্নিগোত্ৰ যজ্ঞ সমপন্ন কৰাটো বাধ্যতামূলক আছিল।
নিধানপুৰ তামৰ ফলিত উল্লেখ থকা গোত্ৰবোৰ কি কি আছিল?
উত্তৰঃ- নিধানপুৰ তামৰ ফলিত উল্লেখ থকা গোত্ৰবোৰ আছিল- অগ্নিবেশ্য, আলমবায়ন, অশ্বলায়ন, কবেস্তাৰ, কাত্যায়ন, কাশ্যপ, কৃষ্ণাত্ৰেয়, কৌটিল্য, কৌণ্ডিল্য, কৌশিক, গৌতম, পাৰাসৰ, ভৰদ্বাজ, ভাৰ্গৱ, বশিষ্ট, বাৰাহ, শান্দিল্য সৌনক আদি।
কি পুৰাণে যোগান ধৰা তথ্যমতে নৰকে ৰাজ্যৰ বাহিৰৰ পৰা ব্ৰাহ্মণ আনি নিজ ৰাজ্যত বহুৱাইছিল?
উত্তৰঃ- কালিকা পুৰাণে যোগান ধৰা তথ্যমতে নৰকে ৰাজ্যৰ বাহিৰৰ পৰা ব্ৰাহ্মণ আনি নিজ ৰাজ্যত বহুৱাইছিল।