উত্তৰঃ- কালিকাপুৰাণে ২খন গুৰুত্বপূৰ্ণ সূৰ্য্য় পূজাৰ স্থানৰ বিষয়ে উল্লেখ কৰিছে।
Question and Answer Solution
উত্তৰঃ- কালিকাপুৰাণে ২খন গুৰুত্বপূৰ্ণ সূৰ্য্য় পূজাৰ স্থানৰ বিষয়ে উল্লেখ কৰিছে।
উত্তৰঃ- তাৰানাথৰ History of Buddhism in India নামৰ গ্ৰন্থত তৃতীয় শতিকাৰ এজন বৌদ্ধ সন্ন্যাসী আৰ্য্য় ধিতিকৰ টোকা এটা সন্নিবিষ্ট কৰিছে।
উত্তৰঃ- মাৰ্কণ্ডেয়পুৰাণত কামৰূপত সূৰ্য্য় উপাসনাৰ ব্যাখ্য়া আছে।
উত্তৰঃ- ষষ্ঠ সপ্তম শতিকাত ৰচিত হাতে লিখা পুথিখনৰ নাম আছিল ‘কামৰূপ নিৱন্ধনীয় খণ্ড সাধ্য’।