উত্তৰঃ কলকতা, পশ্চিমবংগ।
Month: January 2022
দূৰত্ব শিক্ষাত ৰেডিঅ’ আৰু চেলিভিচনৰ ব্য়ৱহাৰ কৰা হয়নে?
উত্তৰঃ কৰা হয়।
অগতানুগতিক শিক্ষা ব্য়ৱস্থাত কিমান বছৰ বয়সৰ পৰা ল’ৰা-ছোৱালীক ধৰা হয়?
উত্তৰঃ ৮ বছৰৰ পৰা ১৪ বছৰ বয়সলৈ।
দূৰত্ব শিক্ষাত মুখামুখি সংযোগ কাৰ্যসূচীৰ অৱকাশ আছে?
উত্তৰঃ আছে।