উত্তৰঃ ২০০১ চনত।
Month: January 2022
কোন চনত ষ্টকহ’ম সন্মিলন অনুষ্ঠিত কৰা হৈছিল?
উত্তৰঃ ১৯৭২ চনত।
মহিলা সবলকীৰণৰ কেইটামান দিশ উল্লেখ কৰা।
উত্তৰঃ (ক) শিক্ষা, (খ) অৰ্থনৈতিক স্বাধীনতা।
কোনখন দেশত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি কৰা হয়?
উত্তৰঃ ইউৰোপত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি হয়।