উত্তৰঃ গ্ৰীক শব্দ।
Month: January 2022
মানসিক স্বাস্থ্য় বিজ্ঞানৰ এটা লক্ষ্য় উল্লেখ কৰা।
উত্তৰঃ ডব্লিউ বিয়াৰ।
মনোযোগৰ এটা ব্য়ক্তিনিষ্ঠ কাৰণ উল্লেখ কৰা?
উত্তৰঃ মনোযোগৰ এটা ব্য়ক্তিনিষ্ঠ কাৰণ হ’ল আগ্ৰহ।
বন্ধকৰণ হৈছে বিস্মৃতিৰ এটা কাৰণ।
উত্তৰঃ সত্য়।