উত্তৰঃ- বিষ্ণুকে একমাত্ৰ শ্ৰেষ্ঠ দেৱতা বুলি স্বীকাৰ কৰি পৰম ভক্তি সহকাৰে পূজা কৰা প্ৰথাকে বৈষ্ণৱবাদ বুলি কোৱা হয়।
Question and Answer Solution
উত্তৰঃ- বিষ্ণুকে একমাত্ৰ শ্ৰেষ্ঠ দেৱতা বুলি স্বীকাৰ কৰি পৰম ভক্তি সহকাৰে পূজা কৰা প্ৰথাকে বৈষ্ণৱবাদ বুলি কোৱা হয়।
উত্তৰঃ- দহ-পৰ্বতীয়া, গহপুৰ, শুৱালকুছি, মঙ্গলদৈ, তেজপুৰ, পাণ্ডু, শদিয়া, শুক্লেশ্বৰ, আদি ঠাইত সূৰ্য্য়পাহাৰ পোৱা যায়।
উত্তৰঃ- ইন্দ্ৰপালৰ তামৰ ফলিত উল্লেখ থকা আদিত্য শব্দই সূৰ্য্য় দেৱতাক বুজাইছে।
উত্তৰঃ- কালিকা পুৰাণত নৱগ্ৰহ পূজাৰ প্ৰধান কেন্দ্ৰ চিত্ৰাচল পাহাৰৰ বৰ্ণনা আছে।