উত্তৰঃ- পালবংশৰ ৰজা ইন্দ্ৰপালৰ তামৰ ফলিত শিৱৰ মানত মঙ্গল স্তোস্ত্ৰৰ অৱতাৰণা কৰা হৈছে।
Month: January 2022
গুৱাহাটীৰ তামৰ ফলিত শিৱক কি কি নামেৰে সম্বোধন কৰা হৈছে?
উত্তৰঃ- গুৱাহাটীৰ তামৰ ফলিত শিৱক শম্ভু আৰু পশুপতি বুলি সম্বোধন কৰা হৈছে।
১৬১৮ আৰু ১৬২০ খৃঃৰ ভিতৰত কি বিদ্ৰোহ দমন কৰা হৈছিল ?
উত্তৰঃ ১৬১৮ আৰু ১৬২০ খৃঃৰ ভিতৰত বোহেমিয়াৰ বিদ্ৰোহ দমন কৰা হৈছিল ।
পবিত্ৰ ৰোমান সাম্ৰাজ্যত সংঘাত সৃষ্টিৰ মুখ্য কাৰণ কি ?
উত্তৰঃ পবিত্ৰ ৰোমান সাম্ৰাজ্যত সংঘাত সৃষ্টিৰ মুখ্য কাৰণ হ’ল- নিজৰ ৰাজ্য বহেমিয়াত অষ্ট্ৰিয়া হেপচবাৰ্গৰ বিৰুদ্ধে হোৱা বিদ্ৰোহ ।