উত্তৰঃ- অসমৰ শক্তি পূজাৰ পূজাৰ কেন্দ্ৰস্থল কামাখ্যা মন্দিৰত।
Month: January 2022
কি কি পুৰাণে দেৱীৰ উৎপত্তিৰ কাহিনী ভিন্ন ৰূপত প্ৰকাশ কৰিছে?
উত্তৰঃ- কালিকা পুৰাণ, যোগিনীতন্ত্ৰ, মাৰ্কণ্ডেয়পুৰাণ, দেৱীপুৰাণ আদিয়ে পুৰাণে দেৱীৰ উৎপত্তিৰ কাহিনী ভিন্ন ৰূপত প্ৰকাশ কৰিছে।
অসমত প্ৰথম বসবাস কৰা কোনসকল মাতৃ প্ৰধান পৰিয়ালৰ লোক আছিল?
উত্তৰঃ- অসমত প্ৰথম বসবাস কৰা অষ্ট্ৰিকসকল মাতৃ প্ৰধান পৰিয়ালৰ লোক আছিল।
দেৱীৰ বিভিন্ন অৱতাৰ আৰু ৰূপবোৰ কি কি?
উত্তৰঃ- দেৱীৰ বিভিন্ন অৱতাৰ আৰু ৰূপবোৰ হ’ল- দুৰ্গা, কালি, উমা, কামাখ্যা, তাৰা, চণ্ডি, চামুণ্ডা, ভূৱনেশ্বৰী, উগ্ৰতাৰা, ভৈৰৱী, বিন্ধ্যাবাসিনী, শাকম্ভাবী আদি।