উত্তৰঃ- নৰকে ৰাজ্যত কামাখ্যাৰ বাহিৰে অন্য দেৱ-দেৱীক পূজা কৰা নিষিদ্ধ কৰিছিল।
Month: January 2022
যোগিনী তন্ত্ৰৰমতে কামাখ্যা কি আছিল?
উত্তৰঃ- যোগিনী তন্ত্ৰৰমতে কামাখ্যা আছিল শ্মশানৰ দেৱী বা কালি।
অষ্ট্ৰিক সৃষ্টি কামাখ্যা দেৱীক পূৰ্বতে কি বুলি গণ্য কৰিছিল?
উত্তৰঃ- অষ্ট্ৰিক সৃষ্টি কামাখ্যা দেৱীক পূৰ্বতে প্ৰেতাত্মা বুলি গণ্য কৰিছিল।
দশমহাবিদ্যাৰ শক্তি কি কি?
উত্তৰঃ- দশমহাবিদ্যাৰ শক্তি হ’ল- কালি, বগলা,চিন্নমষ্টা, মাতঙ্গী, ভূৱনেশ্বৰী, তাৰা, ষোড়ষী, ধুমাৱতী, ত্ৰিপুৰা-সুন্দৰী আৰু ভৈৰৱী।