উত্তৰঃ- ধৱল পৰ্বতৰ পৰা ওলোৱা আন এখন নদী আছিল চণ্ডিকা।
Month: January 2022
কি পুৰাণত হিমালয়ৰ ওচৰত ভৈৰৱী নামৰ এটা নদীৰ উল্লেখ আছে?
উত্তৰঃ- কালিকা পুৰাণত হিমালয়ৰ ওচৰত ভৈৰৱী নামৰ এটা নদীৰ উল্লেখ আছে
অসমৰ গুৰুত্বপূৰ্ণ আন শক্তিপীঠবোৰ কি কি?
উত্তৰঃ- অসমৰ গুৰুত্বপূৰ্ণ আন শক্তিপীঠবোৰ হল- কামাখ্যা, উগ্ৰতাৰা, দীৰ্ঘেশ্বৰী, মহাভৈৰৱী, শিলঘাটৰ দ্বিতীয় কামাখ্যা, ডবকা, তাম্ৰেশ্বৰী, মালিনীথান, বিশ্বনাথ, তুক্ৰেশ্বৰী আৰু শিঙ্গৰী।
ক’ৰ পৰা কলৈ অসমৰ সকলো ঠাইত শক্তিপীঠ আছে?
উত্তৰঃ- পূবে শদিয়াৰ পৰা পশ্চিমে গোৱালপাৰালৈ অসমৰ সকলো ঠাইত শক্তিপীঠ আছে।