উত্তৰঃ আলভা মিৰডালে জনসংখ্য়াৰ শিক্ষাৰ ধাৰণাটো কোনে দাঙি ধৰিছিল।
Month: January 2022
……. তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।
উত্তৰঃ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।
মুক্ত বিশ্ববিদ্য়ালয়ৰ প্ৰথম আৰম্ভণি হয় ভাৰতবৰ্ষত/ইংলেণ্ডত/আমেৰিকাত।
উত্তৰঃ মুক্ত বিশ্ববিদ্য়ালয়ৰ প্ৰথম আৰম্ভণি হয় ভাৰতবৰ্ষত।
ভাৰতবৰ্ষৰ কোনখন বিশ্ববিদ্য়ালয়ে প্ৰথম ডাকযোগে শিক্ষা আৰম্ভ কৰিছিল?
উত্তৰঃ দিল্লী বিশ্ববিদ্য়ালয়ে প্ৰথম ডাকযোগে শিক্ষা আৰম্ভ কৰিছিল।