উত্তৰঃ অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ প্ৰৱৰ্তক হ’ল ক’হলাৰ। কফকা আৰু ৱাথিমাৰ।
Month: January 2022
‘Mentality of Apes’ নামৰ গ্ৰন্থখনৰ লিখৰ কোন?
উত্তৰঃ ‘Mentality of Apes’ নামৰ গ্ৰন্থখনৰ লিখক হ’ল___ ৱলফগাং ক’হলা। (Wolfgang Kohler)
শিক্ষণৰ সংযোগ্য় তত্ত্বৰ লগত জড়িত মনোবিজ্ঞানী হৈছে …….।
উত্তৰঃ শিক্ষণৰ সংযোগ্য় তত্ত্বৰ লগত জড়িত মনোবিজ্ঞানী হৈছে থৰ্নডইক।
মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতি কেতিয়া গ্ৰহণ কৰা হয়?
উত্তৰঃ ২০০১ চনত মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতি কেতিয়া গ্ৰহণ কৰা হয়।