উত্তৰঃ এজন ব্য়ক্তিৰ কোনো বেমাৰ-আজাৰহীন অথবা নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য় বুলি কোৱা হয়।
Month: January 2022
এজন স্বাভাৱিক ব্য়ক্তিৰ মনোযোগৰ পৰিসৰ কিমান?
উত্তৰঃ এজন স্বাভাৱিক ব্য়ক্তিয়ে মনেযেগ একাধিক বা কেইবাওটা বিষয়ৰ ওপৰত একে সময়তে একেলগে দিব পাৰে।
‘মনোযোগ হ’ল চিন্তাৰ বিষয়বস্তুক মনত স্পষ্টভাৱে দাঙি ধৰা প্ৰক্ৰিয়া’ কোনে কৈছিল?
উত্তৰঃ জেমছ ৰ’কে কৈছিল।
‘An outline of psychology’ নামৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ ‘An outline of psychology’ নামৰ গ্ৰন্থখনৰ লিখক মেকডুগল।