উত্তৰঃ যোচেফে মৰ্মান্তিক আঘাত পাইছিল আৰু ১৭৯০ চনত তেওঁৰ মৃত্যু হৈছিল ।
Month: January 2022
কাক সুশিক্ষিত শাসক বুলি কোৱা হয় ?
উত্তৰঃ মহান কেথেৰিণক সুশিক্ষিত শাসক বুলি কোৱা হয় ।
মহান কেথেৰিণে কিমান চনৰ পৰা কিমান চনলৈ ৰাছিয়াত শাসন কৰিছিল ?
উত্তৰঃ মহান কেথেৰিণে ১৭৬২ চনৰ পৰা ১৭৯৬ চনলৈ ৰাছিয়াত শাসন কৰিছিল ।
কোনে ৰাছিয়াত এটা সুস্থিৰ পৰিস্থিতি লাভ কৰিছিল ?
উত্তৰঃ মহান কেথেৰিণে ৰাছিয়াত এটা সুস্থিৰ পৰিস্থিতি লাভ কৰিছিল ।