স্মৃতি আৰু বিস্মৃতি (ক)
প্ৰশ্নাৱলী
১। স্মৃতি কাক কয়? “স্মৃতিৰ কেইটিমান সংজ্ঞা আগবঢ়োৱা ।
উত্তৰঃ
২। স্মৃতিৰ উল্লেখযােগ্য বৈশিষ্ট্যসমুহৰ বিষয়ে লিখা ।
উত্তৰঃ
৩।স্মৃতি প্রক্রিয়াত অস্তভুক্ত পর্যায়সমূহ আলােচনা কৰা ।
উত্তৰঃ
৪। স্মৃতি ভাল আৰু বেয়া দুয়ােবিধৰে হ’ব পাৰে নেকি ? যুক্তিসহ উওৰ দিয়া ।
উত্তৰঃ
৫। ভাল স্মৃতিৰ লক্ষণসমূহ বর্ণনা কৰা ।
উত্তৰঃ
৬। প্রাথমিক পর্যায়ৰ এজন শিক্ষক হিচাপে শিক্ষার্থীক ভাল স্মৃতি লাভত কেনেদৰে সহায় কৰিবা ?
উত্তৰঃ
৭। প্ৰতিৰূপ স্মৃতি কাক কয় ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ
৮। বিস্মৃতি কাক কয় ?
উত্তৰঃ
৯। বিস্মৃতিৰ মনকৰিবলগীয়া বৈশিষ্টসমূহ উল্লেখ কৰা ।
উত্তৰঃ
১০। বিস্মৃতিৰ কাৰণসমূহ দৰ্শোৱা ।
উত্তৰঃ
১১। উদাহৰণসহ ব্যাখা কৰা –
ক ) স্মৃতিৰ বাইে বিমৃতি প্রয়ােজন ।
উত্তৰঃ
খ ) বিস্মৃতি মনৰ প্ৰতিৰক্ষা কৱচ ।
উত্তৰঃ
গ ) স্মৃতি আৰু বিস্মৃতি একেটা মুদ্ৰাৰে দুটা পিঠি সদৃশ ।
উত্তৰঃ
১২। তলত দিয়াসমূহৰ ওৰত চমুকৈ লিখা –
স্মৃতিৰ প্ৰতিৰূপ , চিনাক্তকৰণ , পশ্চাৎমুখী প্রতিবােধ , পাহৰণিৰ দৈহিক কাৰণ , অবদমন , সংৰক্ষণ , যুক্তিসংগত স্মৃতি ।
উত্তৰঃ
১৩। তলত দিয়া উক্তিসমূহৰ বিপৰীতে ‘ হয় ‘ বা নহয় বুলি উত্তৰ দিয়া –
ক ) স্মৃতি অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ কাৰ্য ।
উত্তৰঃ
খ ) ভাল স্মৃতিৰ বা প্রতিৰূপ গঠনৰ প্রয়ােজন নাই ।
উত্তৰঃ অশুদ্ধ।
গ ) পশ্চাৎমুখী প্রতিৰােং বিস্মৃতিৰ এক প্রধান দৈহিক কাৰণ ।
উত্তৰঃ শুদ্ধ।
ঘ ) অতীত অভিজ্ঞতাৰ পুনঃস্মৰণৰ অসামর্থতাই হৈছে বিস্মৃতি ।
উত্তৰঃ অশুদ্ধ।
ঙ ) মনৰ সংৰক্ষণ ক্ষমতা আহৰণ কৰিব পাৰি ।
উত্তৰঃ
চ ) অনুসঙ্গমূলক আৰু মুখস্থ স্মৃতিৰ মাজত পার্থক্য নাই ।
উত্তৰঃ
১৪। পার্থক্য দশোৱা –
ক ) প্রতিৰূপ আৰু অভ্যাস স্মৃতি ।
উত্তৰঃ
খ ) পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞা ।
উত্তৰঃ
গ ) দীর্ঘকালিন আৰু তৎকালীন স্মৃতি ।
উত্তৰঃ
ঘ ) মুখস্থ স্মৃতি আৰু যুক্তিসংগত স্মৃতি ।
উত্তৰঃ