স্মৃতি,মনোযোগ আৰু আগ্ৰহ
(Memory, Attention And Interest)
প্ৰশ্নাৱলী
প্রশ্নঃ উত্তৰ দিয়াঃ
১। স্মৃতিৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
২। স্মৃতি কাক বােলে ? স্মৃতি নির্ভৰ কৰা উপাদানবােৰ আলােচনা কৰা ।
উত্তৰঃ
৩। স্মৃতি প্ৰখৰতাৰ বৈশিষ্ট্যবােৰ কি কি ? স্মৃতি শক্তিৰ উন্নতি কেনেকৈ কৰিব পাৰি ব্যাখ্যা কৰা ।
উত্তৰঃ
৪। ভাল বা উত্তম স্মৃতিৰ লক্ষণসমূহ বর্ণনা কৰা ।
উত্তৰঃ
৫। স্মৃতি পৰিসৰ বুলিলে কি বুজা ?
উত্তৰঃ
৬। স্মৃতিৰ বিভিন্ন প্রকাৰৰ বর্ণনা কৰা ।
উত্তৰঃ
৭। বিস্মৃতি কি ? বিস্মৃতিৰ কাৰণসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
৮। চমুকৈ লিখা ( Write shortly )ঃ
( ক ) পুনঃস্মৰণ ( Retention )
উত্তৰঃ
(খ) প্ৰত্যভিজ্ঞা ( Recognition )
উত্তৰঃ
( গ ) প্রতিৰূপ ( Image )
উত্তৰঃ
( ঘ ) অবদমন ( Repression )
উত্তৰঃ
( ঙ ) পশ্চাদমুখী প্রতিবােধ ( Retro – active Inhibition )
উত্তৰঃ
৯। বিস্মৃতিৰ প্ৰভাৱ কিদৰে গুচাব পাৰি ?
উত্তৰঃ
১০। মনােযােগ বুলিলে কি বুজা ? মনােযােগৰ প্রধান
বৈশিষ্ট্যসমূহ আলােচনা কৰা ।
উত্তৰঃ
১১। মনােযােগৰ কাৰণবােৰ বৰ্ণনা কৰা ।
উত্তৰঃ
১২। মনােযােগৰ সংজ্ঞা দিয়া । মনোেযােগ প্রধান প্ৰকাৰসমূহ উল্লেখ কৰি ব্যাখ্যা কৰা।
উত্তৰঃ
১৩। আগ্রহ কাক বােলে ? ইয়াৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা ।
উত্তৰঃ
১৪। আগ্রহ আৰু মনােযােগৰ সম্পর্ক ব্যাখ্যা কৰা ।
উত্তৰঃ
১৫। “ আগ্রহ মনােযােগৰ সুপ্ত অৱস্থা আৰু মনােযােগ আগ্রহৰ সক্রিয় অৱস্থা’– উক্তিটো ব্যাখ্যা কৰা ।
উত্তৰঃ
১৬। পার্থক্য নির্ণয় কৰাঃ
( ক ) ঐচ্ছিক আৰু অনৈচ্ছিক মনােযােগ
উত্তৰঃ
( খ ) সুপ্ত আৰু আর্জিত আগ্রহ তিনি ।
উত্তৰঃ
১৭। চমুটোকা লিখা ( Write short note )
( ক ) মনােযােগৰ বাহ্যিক কাৰণ
উত্তৰঃ
( খ ) সংবেদনাত্মক মনােযােগ
উত্তৰঃ
( গ ) ঐচ্ছিক মনােযােগ
উত্তৰঃ
( ঘ ) অনৈচ্ছিক মনােযােগ
উত্তৰঃ
( ঙ ) অর্জিত আগ্রহ ।
উত্তৰঃ
( চ ) মনােযােগৰ পৰিসৰ
উত্তৰঃ
প্রশ্নঃ চমু প্রশ্ন ( Short Questions ) ঃ
( a ) স্মৃতিৰ প্রথম চর্ত কি ?
উত্তৰঃ
( b ) প্রত্যভিজ্ঞা কি ?
উত্তৰঃ
( c ) উত্তম স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
( d ) “ বিস্মৃতি সচেতন মনৰ এক প্ৰতিৰক্ষা প্রক্রিয়া কোনে কৈছিল ।
উত্তৰঃ
( e ) মনােযােগৰ চৰ্ত দুটা কি কি ?
উত্তৰঃ
( f ) ঐচ্ছিক মনোেযােগৰ প্ৰকাৰ দুটা কি কি ?
উত্তৰঃ
( g ) আগ্রহ শব্দটো মূলতে কি ভাষাৰ পৰা অনা হৈছে ?
উত্তৰঃ
( h ) সুপ্ত আগ্রহ আৰু আর্জিত আগ্রহৰ পার্থক্য লিখা ।
উত্তৰঃ
( i ) আগ্রহৰ তিনিটা উপাদান লিখা ।
উত্তৰঃ
( j ) শ্ৰেণীকোঠাত আগ্রহ সৃষ্টিৰ দুটা উপায় লিখা ।
উত্তৰঃ