স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা
কাৰ্য্যাৱলীঃ- ১
১। ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰে ।
উত্তৰঃ
২। মাধ্যমিক শিক্ষা আয়ােগ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ
৩। মাধ্যমিক শিক্ষা আয়ােগে নির্ধাৰন কৰা শিক্ষাৰ লক্ষ্যবােৰ কি কি আছি লিখা ।
উত্তৰঃ
৪। ১৯৫২-৫৩ চনৰ মুভালিয়াৰ আয়ােগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
কাৰ্য্যৱলীঃ-২
১। ভাসম মাধ্যমিক শিক্ষা পৰিষদে কেতিখা গঠন কৰা হয় ?
উত্তৰঃ
২। মুডালিয়াৰ আয়োগৰ পৰামৰ ভিঞ্চিত তাসমত লঙ্গমুগী বিদ্যালয়লৈ ৰূপণ কৰা বিদ্যালয়সমূহৰ নাম লিখা ।
উত্তৰঃ
৩। অসমত পোন প্ৰথমে কোন চাৰিখন বিদ্যালয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছিল ?
উত্তৰঃ
৪। ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইন ৪ টা প্ৰস্তাৱ লিখা।
উত্তৰঃ
৫। অসম মাধ্যমিক শিক্ষা বৰ্ড ৪ টা কাৰ্য্য উল্লেখ কৰা ।
উত্তৰঃ
৬। এখন মাধ্যমিক বিদ্যালয়ে স্বীকৃতি পাললৈ কি কি নিয়ম মানি চলিব লাগিব ?
উত্তৰঃ
৭। অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদখন কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ
৮। তোমাৰ ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সঘনে চৰ্চিত কেইটামান সমস্যা উল্লেখ কৰা ।
উত্তৰঃ
শিক্ষার্থীৰ কামঃ ১
১। কোঠাৰী আয়ােগে আগবঢােৱা জাতীয় শিক্ষাৰ লক্ষ্যবােৰ উল্লেখ কৰা ।
উত্তৰঃ
২। ১০ + ২ + ৩ সূত্ৰটোৱে কি সূচাইছে ।
উত্তৰঃ
৩। আয়ােগখনে স্কুলীয়া শিক্ষা কেইবছৰ হােৱাৰ কথা কৈছে ।
উত্তৰঃ
৪। কোঠাৰী আয়ােগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল লিখা ।
উত্তৰঃ
৫। ‘কর্ম অভিজ্ঞতা ‘ বুলিলে কি বুজা ।
উত্তৰঃ
শিক্ষার্থীৰ কামঃ ২
১ | নতুন শিক্ষানীতিটো সংসদত কিমান চনত অনুমােদিত হয় ?
উত্তৰঃ
২ | নতুন শিক্ষানীতিত ‘ সমতাৰ বাবে শিক্ষা’ত কি কথা দোহাৰিছে ।
উত্তৰঃ
৩ | আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা মানে কি বুজা ?
উত্তৰঃ
৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সামৰি লােৱা মূল দিশবােৰৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৫। ১৯৮৬ চনৰ নতুন শিক্ষানীতিত কি কি দিশক সামৰি লৈছে ।
উত্তৰঃ
৬। অপাৰেচন ব্লেকবাের্ড কি ?
৭। নবােদয় বিদ্যালয় বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ
(৫) শিক্ষাৰ উন্নত গুণমান।
প্ৰশ্নাৱলী
১। মাধ্যমিক শিক্ষা কাক বােলে ? এই শিক্ষা মানবজীৱনৰ কোনটো স্তৰৰ লগত জড়িত ? চমু আভাষ দিয়া ।
উত্তৰঃ
২। মাধ্যমিক শিক্ষা আয়ােগে ( ১৯৫২-৫৩ ) নিৰূপন কৰি দিয়া শিক্ষাৰ লক্ষ্যবােৰৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৩। ১৯৫২-৫৩ চনৰ আয়ােগখনৰ সভাপতি কোন আছিল ? আয়ােগখনে শিক্ষাৰ লক্ষ্য কি হােৱা উচিত । বুলি কৈছে ।
উত্তৰঃ
৪। ১৯৫২-৫৩ চনৰ মুডালিয়ৰ আয়ােগে মাধ্যমিক পর্যায় শিক্ষাৰ কোনবােৰ লক্ষ্য আদৰ্শৰ কথা উল্লেখ কৰিছে ? লিখা ।
উত্তৰঃ
৫। মুডালয়িৰ আয়ােগে ( ১৯৫২-৫৩ ) নিৰূপন কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী হৈছে নে ? আলােচনা কৰা ।
উত্তৰঃ
৬। একেবাৰে চমুকৈ লিখাঃ
( ক ) ভাৰতবৰ্ষই কোন চনত স্বাধীনতা লাভ কৰিছিল ?
উত্তৰঃ
( খ ) ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগৰ সভাপতি কোন আছিল ?
উত্তৰঃ
( গ ) মুডালিয়ৰ আয়ােগ কোন চনত গঠন কৰা হৈছিল ?
উত্তৰঃ
( ঘ ) মুডালিয়ৰ আয়ােগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ দুটা লক্ষ্য উল্লেখ কৰা ।
উত্তৰঃ
(১) ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন।
(২) নেতৃত্বৰ প্ৰশিক্ষণ দিয়া।
৭। ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়ােগে নিৰূপন কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্য কেইটা উল্লেখ কৰা ।
উত্তৰঃ
৮। ভাৰতবৰ্ষৰ জাতীয় বিকাশৰ বাবে শিক্ষাৰ কোনবােৰ লক্ষ্য আদর্শ কোঠাৰী আয়ােগে ( ১৯৬৪-৬৬ ) দাঙি ধৰিছে ? উল্লেখ কৰা ।
উত্তৰঃ
৯। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে ভাৰতৰ শিক্ষাৰ গাঠনিক প্রক্রিয়া সম্বন্ধে কি পৰামর্শ দিছে ? বর্ণনা কৰা ।
উত্তৰঃ
১০। কোঠাৰী আয়ােগৰ ( ১৯৬৪-৬৬ ) উদ্দেশ্যসমূহ কি কি ? এই আয়ােগৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঠনি কেনেকুৱা ?
উত্তৰঃ
১১। ভাৰতৰ স্কুলীয়া শিক্ষাৰ নতুন গাঠনি প্রক্রিয়া সম্বন্ধে কোঠাৰী আয়ােগৰ পৰামৰ্শাৱলী ব্যক্ত কৰা ।
উত্তৰঃ
১২ ] ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়ােগে বিদ্যালয় শিক্ষাৰ কেনেধৰণৰ গাঠনিক প্রক্রিয়াৰ পৰিবৰ্তনৰ কথা কৈছে ?
উত্তৰঃ
১৩। চমুকৈ লিখাঃ
( ক ) ১০ + ২ + ত সূত্র
উত্তৰঃ
(খ) জাতীয় শিক্ষাৰ লক্ষ্য ( ১৯৬৪-৬৬ নৰ আয়ােগ )
উত্তৰঃ
(গ) কৰ্ম অভিজ্ঞতা
উত্তৰঃ
(ঘ) বিদ্যালয় প্রকল্প বা স্কুল কমপ্লেক্স
উত্তৰঃ
১৪। কোঠাৰী আয়ােগে উদ্ভাৱন কৰা ১০ + ২ + ৩ সূত্ৰটোৱে সুচোৱা কথা খিনি চমুকৈ বর্ণনা কৰা ।
উত্তৰঃ
১৫। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে বৃত্তিমুখী শিক্ষা সন্দৰ্ভত কেনেধৰণৰ মতামত আগবঢ়াইছিল ?
উত্তৰঃ
১৬। চমুটোকা লিখাঃ
( ক ) বৃত্তিমুখী শিক্ষা
উত্তৰঃ
( খ ) শিক্ষাৰ গাঠনিক প্রক্রিয়া
উত্তৰঃ
১৭। স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ সম্বন্ধে বর্ণনা কৰা ।
উত্তৰঃ
১৮। ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ মূল দফাখিনি লিখা ।
উত্তৰঃ
১৯। অসম মাধ্যমিক শিক্ষা বাের্ড’ৰ কাৰ্য্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ
উত্তৰঃ
২১। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষীনীতিৰ মূল দিশবোৰ চমুকৈ লিখা ।
উত্তৰঃ
২২। চমুকৈ লিখা ( ১৯৮৬ চনৰ শিক্ষানীতিৰ ভিত্তিত)
(ক) মহিলাৰ সমতাৰ বাবে শিক্ষা ।
উত্তৰঃ
(খ) চাকৰিৰ পৰা ডিগ্ৰী পৃথকিকৰন ।
উত্তৰঃ
(গ) বয়স্ক শিক্ষা ।
উত্তৰঃ
(ঘ) মুক্ত শিক্ষা ।
উত্তৰঃ
(ঙ) (নবোদয় বিদ্যালয়)
উত্তৰঃ
(চ) অপাৰেচন ব্লেকবোৰ্ড মানে কি উল্লেখ কৰা।
উত্তৰঃ
(ছ) আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা ।
উত্তৰঃ
(জ) শিক্ষা বৃত্তিমুখীকৰন ।
উত্তৰঃ
(ঝ) সংহত শিশু বিকাশ সেৱা আঁচনি ।
উত্তৰঃ
(ঞ)উচ্চ শিক্ষাত স্বায়ত্বশাসন ।
উত্তৰঃ
২৩। সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা ? ৰাষ্ট্ৰীয় শিক্ষানীতি (১৯৮৬) য়ে ইয়াৰ বাবে কেনেবোৰ ব্যৱস্থা কথা কৈছে ?
উত্তৰঃ
২৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি কিয় প্ৰস্তুত কৰা হয় ? বৰ্ণোৱা ।
উত্তৰঃ
jk