সামন্ত সমাজ ব্যৱস্থাত কিহে অৰ্থনৈতিক ভেটি ৰচনা কৰিছিল ?

উত্তৰঃ সামন্ত সমাজ ব্যৱস্থাত জমিদাৰী প্ৰথাই অৰ্থনৈতিক ভেটি ৰচনা কৰিছিল ।