শিক্ষণ
প্ৰশ্নাৱলী
A. তলৰ প্ৰশ্নসমূহৰ ভুল / শুদ্ধ নির্ণয় কৰাঃ
১। শিক্ষণ হৈছে আচৰণৰ এক সংশােধন মাত্র ।
উত্তৰঃ
২। শিক্ষণ হৈছে এক সার্বজনীন প্রক্রিয়া ।
উত্তৰঃ
৩। ব্যক্তিৰ আগ্রহ , মনােযােগ হৈছে শিক্ষণৰ মনােবৈজ্ঞানিক উপাদান ।
উত্তৰঃ
৪। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পৃষ্ঠপােষক হ’ল আইভান , পেলভ ।
উত্তৰঃ
৫। আমেৰিকাৰ শিক্ষাবিদ এডৱাৰ্ড লী থর্ণডাইক অনুবন্ধন পদ্ধতিৰ পৃষ্ঠপােষক আছিল ।
উত্তৰঃ
৬। প্রচেষ্টা আৰু ভুল পদ্ধতিয়ে সামগ্রিক ধাৰণাৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল ।
উত্তৰঃ
৭। প্রচেষ্টা আৰু ভুল পদ্ধতি হৈছে যান্ত্রিক প্রক্রিয়াৰ পৰিণতি ।
উত্তৰঃ
৮। মনােবিজ্ঞানী কহিলাৰে পৰীক্ষা – নিৰীক্ষা কৰা চিম্পাঞ্জীটোৰ নাম আছিল ‘ চুলতান ’ ।
উত্তৰঃ
৯। অন্তৰ্দৰ্শন পদ্ধতি এক উচ্চখাপৰ শিক্ষণ পদ্ধতি ।
উত্তৰঃ
১০। আইভান পি , পেল এগৰাকী জার্মান মনােবিজ্ঞানী আছিল ।
উত্তৰঃ
B. খালী ঠাই পুৰ কৰাঃ
১। গেইটেছৰ মতে , শিক্ষণ হৈছে জৰিয়তে কৰা সংশােধন মাত্র ।
২। শিক্ষণৰ প্রচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপােষক হ’ল ।
৩। এডৱাৰ্ড লী থণাইক এগৰাকী মনােবিদ আছিল ।
৪। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এক প্রক্রিয়া ।
৫। ‘গেষ্ট্ৰাল্ট’ শব্দৰ অৰ্থ হৈছে ।
৬।‘গেষ্ট্ৰাল্ট’ শব্দটো এটা শব্দ।
৭। অন্তদৃষ্টি জাগৰণৰ বাবে মানসিক প্রক্রিয়া , পৃথকীকৰণ আৰু প্ৰয়োজন ।
৮। ক’হলাৰ নামৰ কিতাপখনত সামগ্রিকতাবাদ পৰীক্ষাৰ বিষয়ে উল্লেখ কৰা ।
৯। ক’হলাৰ , কাফ্কা আৰু সামগ্রিকতাবাদৰ প্রধান পৃষ্ঠপােষক ।
১০। মনােবিজ্ঞানী পেভ্লভ্ অনুবন্ধনবাদৰ মূল পৃষ্ঠপােষক ।
১১। এড্ৱাৰ্ড লী থৰ্ণডাইক পদ্ধতিৰ পৃষ্ঠপােষক আছিল ।
C. চমু উত্তৰ দিয়াঃ
১। শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
২। শিক্ষৰ এটা সংজ্ঞা উল্লেখ কৰা ।
উত্তৰঃ
৩। শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক উল্লেখ কৰা ।
উত্তৰঃ
৪। শিক্ষণৰ দুটা বাহ্যিক কাৰক উল্লেখ কৰা ।
উত্তৰঃ
৫। শিক্ষণৰ দুটা প্রকাৰ উল্লেখ কৰা ।
উত্তৰঃ
৬। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৭। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা ।
উত্তৰঃ
৮। অন্তর্দর্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
৯। অন্তর্দর্শন পদ্ধতিৰ দুটা দোষ উল্লেখ কৰা ।
উত্তৰঃ
১০। অনুবন্ধন পদ্ধতিৰ দুটা গুৰুত্ব উল্লেখ কৰা ।
উত্তৰঃ
১১। থর্নডাইকৰ শিক্ষণ নীতি দুটা উল্লেখ কৰা ।
উত্তৰঃ
১২। “ গোল্ট ” শব্দৰ অৰ্থ লিখা ।
উত্তৰঃ
১৩। পৰিপক্কতা মানে কি বুজায় ?
উত্তৰঃ
১৪। অনুবন্ধনৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
১৫। অনুশীলনীৰ নীতি মানে কি ?
উত্তৰঃ
D. প্রশ্নঃ উত্তৰ দিয়াঃ
১। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা হয় চমুকৈ লিখা ।
উত্তৰঃ
২। অন্তৰ্দৰ্শন পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি ? চমুকৈ লিখা ।
উত্তৰঃ
৩ । অনুবন্ধন কি ? ইয়াৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি ? চমুকৈ লিখা ।
উত্তৰঃ
৪। অনুশীলন নীতিৰ অৰ্থ আৰু শ্ৰেণীকোঠাৰ প্ৰয়ােজনীয়তা সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ
৫। প্রস্তুতিৰ নীতিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৬। শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৭। থৰ্নডাইকৰ শিক্ষণ নীতিবােৰ শ্ৰেণীকোঠাৰ তাৎপৰ্য্যৰ সৈতে আলােচনা কৰা ।
উত্তৰঃ
৮। শিক্ষণ আৰু পৰিপক্কতাৰ পার্থক্য নির্ণয় কৰা ।
উত্তৰঃ
৯। উদাহৰণৰ সৈতে পেলভৰ অনুবন্ধন তত্বটো আলােচনা কৰা ।
উত্তৰঃ
১০। অন্তর্দর্শন শিক্ষণ কি ? কহলাৰৰ অন্তর্দর্শন পদ্ধতি সম্পর্কে শৈক্ষিক তাৎপৰ্য্যৰ সৈতে আলােচনা কৰা ।
উত্তৰঃ
১১। অনুবন্ধনবাদ কি ? অনুবন্ধন কেনেকৈ সৃষ্টি হয় ? অনুবন্ধনৰ শৈক্ষিক তাৎপৰ্য্য উল্লেখ কৰা ।
উত্তৰঃ