মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান
(Mental Health and Mental Hygiene)
প্ৰশ্নাৱলী
উত্তৰ দিয়াঃ
১। মানসিক স্বাস্থ্য কি ?
উত্তৰঃ
২। মানসিক স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া ।
উত্তৰঃ
৩। মানসিক স্বাস্থ্যবিজ্ঞান কি ?
উত্তৰঃ
৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা এটা লিখা ।
উত্তৰঃ
৫। ক্লিফোর্ড বিয়াৰচে লিখা কিতাপখনৰ নাম কি আছিল ।
উত্তৰঃ
৬। প্ৰথম অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে কিহৰ ওপৰত অধ্যয়ন কৰিছিল ?
উত্তৰঃ
৭। মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা উদ্দেশ্য লিখ ।
উত্তৰঃ
৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে লিখা ।
উত্তৰঃ
৯। মানসিকভাবে সুস্থ ব্যক্তিৰ চাৰিটা গুণ উল্লেখ কৰা ।
উত্তৰঃ
১০। খালী ঠাই পুৰ কৰা
( ক ) মানসিক স্বাস্থ্য হৈছে সম্পূর্ণ আৰু পৰিপূর্ণ বিকাশৰ কাৰ্য্য ।
( খ ) সুস্থ সমাযােজনে সুস্থ আৰু স্বাস্থ্য বজাই ৰাখে ।
( গ ) আত্মজীৱনী A mind that found itself ‘ নামৰ কিতাপখন ।
(ঘ ) মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হল সংৰক্ষণ আৰু নিৰাময় ।
(ঙ) চুইটজাৰ আছিল প্ৰথমগৰাকী ব্যক্তি যিয়ে স্পষ্টকৈ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল ।
( চ) মানসিক স্বাস্থ্যবিজ্ঞানৰ ৰাষ্ট্ৰীয় কমিটিখন গঠন কৰা হৈছিল চনত ।
১১। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতি সমূহ লিখা ।
উত্তৰঃ
১২। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ বর্ণনা কৰা ।
উত্তৰঃ
১৩। মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ লিখা ।
উত্তৰঃ
১৪। মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ
১৫। মানসিক স্বাস্থ্যৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া দুটা বিষয়ৰ কথা উল্লেখ কৰা ।
উত্তৰঃ
১৬। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
১৭। মানসিক স্বাস্থ্যৰক্ষাত পিতৃ – মাতৃৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ
১৮। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে কেনেকুৱা দায়িত্ব পালন কৰিব লাগে সেই সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ
১৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ
২০। চমুটোক্য লিখাঃ
ক। মানসিক স্বাস্থ্যৰ ধাৰণা ।
উত্তৰঃ
খ। মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ।
উত্তৰঃ
গ। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশসমূহ ।
উত্তৰঃ
ঘ। মানসিক স্বাস্থ্যবান লােকৰ বৈশিষ্ট্য ।
উত্তৰঃ