মনোযোগ আৰু আগ্ৰহ (খ)
প্ৰশ্নাৱলী
ৰচনাত্মক প্রশ্ন :
১। মনােযােগ কাক কয় । মনােযােগৰ কেইটামান সংজ্ঞা আগবঢ়োৱা ।
উত্তৰঃ
২। মনােযােগৰ কেইটামান মনকৰিবলগীয়া বৈশিষ্ট্যৰ বিষয়ে লিখা ।
উত্তৰঃ
৩। উদাহৰণসহ ব্যাখ্যা কৰা —
( ক ) ভাৱাত্মক আৰু সংবেদনাত্মক মনােযােগ ।
উত্তৰঃ
( খ ) বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনােযােগ ।
উত্তৰঃ
৪। আগ্রহ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ
৫ | মনােযােগ আৰু আগ্ৰহৰ সম্বন্ধ বিচাৰ কৰা ।
উত্তৰঃ
৬। আগ্রহ আৰু মনােযােগৰ শিক্ষাক্ষেত্ৰত গুৰুতু সম্পর্কে আলােচনা আগবঢ়োৱা ।
উত্তৰঃ
৭। তলত দিয়া উক্তিকেইটা ব্যখ্যা কৰা-
( ক ) “ আগ্রহ মনােযােগৰ সুপ্ত অৱস্থা আৰু মনােযােগ আগ্রহৰ সক্রিয় অৱস্থা । ”
উত্তৰঃ
( খ ) “ মনােযােগ আৰু আগ্রহ একেটা মুদ্ৰাৰে দুটা পিঠি মাথােন । ”
উত্তৰঃ
( গ ) “ আগ্রহ শিক্ষাৰ উপায় আৰু সমাপ্তিও ” ।
উত্তৰঃ
৮। এগৰাকী শিক্ষক হিচাপে নিজকে গণ্য কৰি লৈ শিক্ষার্থীৰ মনোযােগ আৰু আগ্রহ বর্ধনৰ বাবে কি কি উপায় অবলম্বন কৰিবা ?
উত্তৰঃ
৯। মনােযােগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণবােৰ ব্যাখ্যা কৰা ।
উত্তৰঃ
১০। আগ্রহৰ উৎসসমূহ বর্ণনা কৰা ।
উত্তৰঃ
১১। তলত দিয়া বিষয়সমূহৰ বিষয়ে চমুকৈ লিখা-
( ক ) মনােযােগৰ স্বৰূপ ।
উত্তৰঃ
( খ ) ঐচ্ছিক মনােযােগ কি ? উদাহৰণ দিয়া ।
উত্তৰঃ
( গ ) ঐচ্ছিক মনােযােগ কাক কয় ? ইয়াৰ ভাগ দুটা উল্লেখ কৰা ।
উত্তৰঃ
চমুকৈ উত্তৰ দিবা –
১। সংবেদনাত্মক মনােযােগ কি ? উদাহৰণ দি বুজোৱা ।
উত্তৰঃ
২। আগ্রহৰ অৰ্থ ব্যাখ্যা কৰা ।
উত্তৰঃ
৩। প্রত্যক্ষ আৰু পৰােক্ষ মনােযােগ মানে কি বুজা ?
উত্তৰঃ
৪। আগ্রহৰ কেইটামান ঘাই বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৫। সুপ্ত আৰু আর্জিত আগ্রহ বুলিলে কি বুজা?
উত্তৰঃ
তলত দিয়া প্ৰতিটো বাকাৰ বিপৰীতে “ শুদ্ধ ” বা “ অশুদ্ধ ” লিখি উত্তৰ দিবা-
১। মনােযােগে মনৰ সচেতনতাক আৰােপিত কৰা নুবুজায় ।
উত্তৰঃ অশুদ্ধ।
২। আগ্রহ মনােযােগৰ এক আভ্যন্তৰীণ কাৰণ ।
উত্তৰঃ শুদ্ধ।
৩। সকলাে বয়সৰ ল’ৰা – ছােৱালীয়ে বিশ্লেষমাত্মক মনােযােগ প্রদান কৰিব পাৰে ।
উত্তৰঃ
৪। কেৱল বয়সস্থলােকেহে ভাৱাত্মক মনােযােগ দিব পাৰে ।
উত্তৰঃ
৫। প্রবৃত্তিৰ পৰা সৃষ্টি হােৱা আগ্রহক সুপ্ত আগ্রহ বােলে ।
উত্তৰঃ শুদ্ধ।
৬। দীর্ঘ সময় ধৰি মনােযােগ প্রদান সম্ভৱ নহয় ।
উত্তৰঃ শুদ্ধ।
৭। আর্জিত আগ্রহ সকলাে জীৱৰে ক্ষেত্ৰত সমপর্যায়ৰ ।
উত্তৰঃ অশুদ্ধ।
৮। একে সময়তে দুটা বিষয়ত মনােযােগ দিব নােৱাৰি ।
উত্তৰঃ শুদ্ধ।
৯। আগ্রহ স্থায়ী আৰু অস্থায়ী দুয়ােধৰণৰ হ’ব পাৰে ।
উত্তৰঃ শুদ্ধ।
১০। মনােযােগ আৰু আগ্ৰহৰ মাজত কাচিংহে সম্বন্ধ দেখা যায় ।
উত্তৰঃ অশুদ্ধ।