বিভিন্ন সামাজিক আৰু ধৰ্মীয় প্ৰথাৰে পৰিপুষ্ট অসমক এক নৃতত্ত্বীয় কি ঘৰ বুলিব পাৰি?

উত্তৰ- বিভিন্ন সামাজিক আৰু ধৰ্মীয় প্ৰথাৰে পৰিপুষ্ট অসমক এক নৃতত্ত্বীয় যাদুঘৰ বুলি কোৱা হয়।