জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ
প্রশ্নাৱলী
১। দেশ বিভাজনৰ বাবে তলত দিয়া কোনটো ভাষ্য ভুল
( a ) ভাৰত বিভাজন দ্বিজাতি তত্ত্বৰ ফল আছিল ।
( b ) পাঞ্জাৱ আৰু বংগদেশক ধৰ্মৰ ভিত্তিত ভাগ কৰা হৈছিল ।
( c ) পূর্ব পাকিস্তান আৰু পশ্চিম পাকিস্তান সংলগ্ন হৈ থকা নাছিল ।
( d ) দেশ বিভাজনৰ আঁচনিত জনসাধাৰণক দেশান্তৰ কৰাৰ এখন আঁচনি অন্তর্ভুক্ত কৰা হৈছিল ।
উত্তৰঃ
২। তলত দিয়া নীতিসমূহৰ লগত ঘটনাসমূহ সংযুক্ত কৰাঃ
(a) ধৰ্মৰ ভিত্তিত সীমা নিৰ্ধাৰণ।। | (i) ভাৰত আৰু বাংলাদেশ।। |
(b) ভাষাৰ ওপৰত ভিত্তি কৰি সীমা নিৰ্ধাৰণ। | (ii) ভাৰত আৰু পাকিস্তান। |
(C) ভৌগোলিক অৱস্থিতিৰ ওপৰত ভিত্তি কৰি ধেশৰ দেশৰ ভিতৰতে সীমা নিৰ্ধাৰণ কৰা। | (iii) ঝাৰখণ্ড আৰু ছট্টিশগড়। |
(d) ৰাজনৈতিক আৰু প্ৰশাসনীয় ভিত্তিত দেশৰ ভিতৰতে পৃথক সীমা নিৰ্ধাৰণ কৰা। | (iv) হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ড। |
৩। ৰাজ্যসমূহৰ নক্সাসহ বর্তমান ভাৰতৰ ৰাজনৈতিক মানচিত্রখন অংকন কৰি তলত দিয়া দেশীয় ৰাজ্যসমূহৰ অৱস্থিতি দেখুওৱা
( a ) জুনাগড় ( b ) মণিপুৰ ( c ) মহীশুৰ ( d ) গােৱালিয়ৰ
উত্তৰঃ
৪। তলত দুটা ভাষ্য আছেঃ বিস্ময়ঃ দেশীয় ৰাজ্যসমূহ ভাৰতৰ লগত চামিল হােৱাৰ লগে লগে গণতান্ত্রিক ব্যৱস্থা এই ৰাজ্যসমূহলৈ সম্প্রসাৰিত হয় । ইন্দাৰপ্ৰীতঃ “মই বিষয়টোত একমত নহয়। কাৰণ দেশীয় ৰাজ্যসমূহক ভাৰতৰ লগত চামিলকৰণৰ ক্ষেত্ৰত শক্তি প্রয়ােগ কৰা হৈছিল । গণতন্ত্র স্থাপন কৰা সম্ভৱ অকল সহমতৰ যােগেদিহে। ” দেশীয় ৰাজ্যসমূহ চামিলকৰণৰ প্রক্রিয়া তথা এই বিষয়ত দেশীয় ৰাজ্যসমূহৰ জনগণৰ প্রতিক্রিয়া সন্দৰ্ভত তােমাৰ মতামত কি ?
উত্তৰঃ
৫। নেহৰুৱে ভাৰতক ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ কি কি যুক্তি আগবঢ়াইছিল ? এই যুক্তিসমূহ কেৱল নৈতিক আৰু আৱেগসর্বস্ব আছিল বুলি তুমি ভাবানে ? নে এই যুক্তিসমূহত কিছু বিজ্ঞতাও আছিল ?
উত্তৰঃ
৬। স্বাধীনতাৰ সময়ত ভাৰতৰ পূব আৰু পশ্চিম অঞ্চলত জাতি গঠন প্রক্রিয়াই সমুখীন হােৱা দুটা মূল পার্থক্য নির্ণয়
উত্তৰঃ
৭। ৰাজ্য পুনগঠন আয়ােগৰ কার্য কি আছিল ? ইয়াৰ মুখ্য পৰামৰ্শটো কি আছিল ?
উত্তৰঃ
৮। জাতি বুলিলে বহুলাংশে এক “ কল্পনাপ্রসূত সম্প্রদায়ক ” বুজায়— যি এক সামূহিক ইতিহাস , বিশ্বাস তথা ৰাজনৈতিক আশা-আকাংক্ষাৰ দ্বাৰা ঐক্যবদ্ধ হৈ থাকে । ভাৰতক জাতি হিচাপে প্রতিষ্ঠা কৰা বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উত্তৰঃ
আৰ্হি প্রশ্নাৱলী
ৰচনাধর্মী প্রশ্ন :
১। ভাৰতবৰ্ষই স্বাধীনতাৰ আৰম্ভণিতে সন্মুখীন হােৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
২। ভাৰত বিভাজনৰ লগত সম্পর্ক থকা ঘটনাসমূহ আলােচনা কৰা ।
উত্তৰঃ
৩। ১৯৪৭ চনত হােৱা ভাৰত বিভাজনৰ ফলাফলবিলাক কি কি ?
উত্তৰঃ
৪। ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা ।
উত্তৰঃ
৫। দেশীয় ৰাজ্যসমূহ ভাৰত ইউনিয়নৰ লগত চামিলকৰণৰ প্রধান বিৱেচনাসমূহ কি আছিল ? এই কার্যত কোনে ঐতিহাসিক ভূমিকা পালন কৰিছিল ?
উত্তৰঃ
৬। ভাৰতৰ লগত কাশ্মীৰ চামিলকৰণ চমুকৈ লিখা।
উত্তৰঃ
৭। ভাৰত চৰকাৰে কাশ্মীৰ সমস্যা সমাধানৰ কাৰণে কেনে গণতান্ত্রিক পন্থা অনুধাৱন কৰিছিল ?
উত্তৰঃ
৮। ৰাজ্য পুনৰগঠন আয়ােগ কি ? ইয়াৰ প্ৰধান পৰামর্শৱলী কি কি আছিল ?
উত্তৰঃ
৯। স্বাধীনতাৰ সময়ত ভাৰতে জাতি গঠনৰ ফলত সমুখীন হােৱা তিনিটা প্রত্যাহ্বান আলােচনা কৰা ।
উত্তৰঃ
১০। দেশ বিভাজনৰ প্রক্রিয়া আৰু পৰিণাম আলােচনা কৰা ।
উত্তৰঃ
১১। মহাত্মা গান্ধীৰ আত্মবলিদান বুলিলে কি বুজা ? বহলাই আলােচনা কৰা ।
উত্তৰঃ
চমুটোকা ঃ
১। জাতি গঠন প্রক্রিয়াটো আলােচনা কৰা ৷
উত্তৰঃ
২। স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হােৱা দুটা প্রত্যাহ্বানৰ বিষয়ে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
৩। জাতি গঠনৰ যিকোনাে চাৰিটা কাৰক ব্যাখ্যা কৰা ।
উত্তৰঃ
৪। স্বাধীনতাৰ পূর্বে মুছলীম লীগে দ্বি-জাতিতত্ত্বৰ পােষকতা কৰিছিল। এই তত্ত্বৰ অন্তর্ভুক্ত কৰাৰাষ্ট্ৰ দুখন কি ?
উত্তৰঃ
৫। স্বাধীনতাৰ পাছত হায়দৰাবাদ ৰাজ্য ভাৰত ইউনিয়নৰ অংগ হ’ল—আলােচনা কৰা ।
উত্তৰঃ
৬। ভাৰত বিভাজনৰ সময়ত সন্মুখীন হােৱা চাৰিটা সমস্যা আলােচনা কৰা ।
উত্তৰঃ
৭। স্বাধীনতাৰ পিছৰ ছয়টা দশকত জাতীয় সংহতি গঠনৰ চাৰিটা ব্যৱস্থা আলােচনা কৰা ।
উত্তৰঃ
৮। দেশীয় ৰাজ্য মণিপুৰ আৰু জুনাগড় ভাৰতৰ লগত কেনেদৰে চামিল হয় লিখা ।
উত্তৰঃ
৯। ভাৰতৰ ভাষা সমস্যাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
১০। ১৯৫৩ চনত নিযুক্ত কৰা ৰাজ্য পুনগঠন আয়ােগৰ ফলাফল আলােচনা কৰা।
উত্তৰঃ
অতি চমু উত্তৰৰ প্রশ্ন :
১। ৰাজ্য পুনগঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল ? এই আইনৰ অধীনত সৃষ্টি হােৱা যিকোনাে এখন ৰাজ্যৰ নাম লিখা । উত্তৰঃ
২। ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল ?
উত্তৰঃ
৩। দেশ বিভাজনে ক্ষতিগ্রস্ত কৰা ৰাজ্য দুখনৰ নাম লিখা ।
উত্তৰঃ
৪। কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলক ১৯৭২ চনত পূর্ণাংগ ৰাজ্যৰ মর্যাদা দিয়া হৈছিল ?
উত্তৰঃ
৫। দেশ বিভাজনৰ সময়ত কোন দুখন ৰাজ্য ভাগ কৰা হৈছিল ?
উত্তৰঃ
৬। জাতীয় আন্দোলনৰ নেতাসকলে ধৰ্মনিৰপেক্ষ নীতি অবলম্বন কৰিছিল । — দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ
৭ | ৰাজ্য পুনৰগঠন আয়ােগৰ তিনিটা প্রধান পৰামর্শ উল্লেখ কৰা ।
উত্তৰঃ
৮। কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্রীয়শাসিত অঞ্চলৰ পৰামৰ্শ ৰাজ্য পুনৰগঠন আয়ােগে আগবঢ়াইছিল ?
উত্তৰঃ
৯। ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
১০। চৰ্দাৰ বল্লভাই পেটেলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
১১। গান্ধীজীৰ ওপৰত এটা চমু বর্ণনা দিয়া ।।
উত্তৰঃ
১২। এসময়ত কেন্দ্রীয়শাসিত অঞ্চল আৰু বর্তমান ৰাজ্যৰ মর্যাদা পােৱা দুখন ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ
বস্তুনিষ্ঠ প্রশ্নাৱলী :
১। ১৯৫৬ চনৰ ৰাজ্য পুনগঠন আইনৰ ভিত্তিত গঠন হােৱা যিকোনাে এখন ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ
২। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম লিখা ।
উত্তৰঃ৩। কোন চনত ৰাজ্য পুনৰগঠন আয়ােগ কার্যকৰী কৰা হৈছিল ?
উত্তৰঃ
৪। NEFA ৰ সম্পূৰ্ণ ৰূপটো লিখা ।
উত্তৰঃ
৫। পণ্ডিত নেহৰুৰ লক্ষ্য কি আছিল ?
উত্তৰঃ
৬। ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল ?
উত্তৰঃ
৭। কোন চনৰ কোন মাহত ভাৰতক গণৰাজ্য হিচাপে ঘােষণা কৰা হৈছিল ?
উত্তৰঃ
৮। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা হৈছিল ?
উত্তৰঃ
৯। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক কোনে দাসত্বৰ নতুন দলিল হিচাপে আখ্যা দিছিল ?
উত্তৰঃ
১০। কোন চনৰ কোন মাহত জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল ?
উত্তৰঃ
১১। কোনখন দেশীয় ৰাজ্যই পােণ প্রথম সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ ভিত্তিত নির্বাচন অনুষ্ঠিত কৰিছিল ?
উত্তৰঃ
১২। ১৯৪৭ চনত ভাৰত বিভাজনৰ আঁৰত থকা তত্বটো কি আছিল ?
উত্তৰঃ
১৩। সংবিধান সমিতিৰ সভাপতি কোন আছিল ?
উত্তৰঃ
১৪। সংবিধান সমিতিৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম লিখা ।
উত্তৰঃ
১৫। ভাৰতীয় সংবিধানৰ খচৰা কোনদিনা স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে ?
উত্তৰঃ
খালী ঠাই পূৰ কৰাঃ
১। জনপ্রিয় আন্দোলনৰ পিছত ১৯৬০ চনত মহাৰাষ্ট্ৰ আৰু সৃষ্টি কৰা হৈছিল ।
২। ১৯৭২ চনৰ পৰা মেঘালয় ঘােষিত কৰা হৈছিল ।
৩। চনৰ পৰা তেলেংগানা ৰাজ্য সৃষ্টি কৰা হৈছিল ।
৪। তেলেংগানা ভাৰতৰ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে ।
৫। স্বাধীনতাৰ পূর্বে মুছলিম লীগে আগবঢ়োৱা ‘ দ্বি জাতি তত্ত্ব’ত অন্তর্ভুক্ত কৰা ৰাষ্ট্ৰ দুখনৰ আছিল আৰু। ( খালী ঠাই পূৰ কৰা )
শুদ্ধ নে অশুদ্ধ লিখা?
( ক ) স্বাধীন ভাৰতৰ প্ৰথমজন প্রধানমন্ত্রী আছিল চৰ্দাৰ পেটেল ।
উত্তৰঃ
( খ ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতক গণৰাজ্য হিচাপে ঘােষণা কৰা হৈছিল ।
উত্তৰঃ
( গ ) ১৯৪৭ চনৰ ১৪-১৫ আগষ্টৰ মাজনিশা জৱাহৰলাল নেহৰুৱে সংবিধান সভাৰ এখন বৈঠক আহ্বান কৰিছিল ।
উত্তৰঃ
( ঘ ) স্বাধীনতাৰ পিছত চৰ্দাৰ পেটেল ভাৰতৰ প্ৰথমজন উপ – প্রধানমন্ত্রী আৰু গৃহমন্ত্ৰী আছিল ।
উত্তৰঃ
( ঙ ) ৰাজ্য পুনর্গঠন আইনে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত অঞ্চলৰ সৃষ্টি কৰিছিল ।
উত্তৰঃ