কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি পত্যাহ্বান আৰু পুনঃপ্ৰতিষ্ঠা
Challenges To And Restoration Of The Congress System
১। ১৯৬৭ চনৰ নির্বাচন সম্পর্কে তলত দিয়া কোনবােৰ বাক্য শুদ্ধ ?
( ক ) কংগ্ৰেছে লােকসভা নির্বাচনত জয়লাভ কৰিছিল । কিন্তু বহু ৰাজ্যত বিধানসভা নির্বাচনত পৰাজয়ৰণ কৰিছিল ।
উত্তৰঃ
( খ ) কংগ্রেছ লােকসভা আৰু বিধানসভা নির্বাচনত পৰাজিত হৈছিল।
উত্তৰঃ
( গ ) কংগ্ৰেছে লােকসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল । কিন্তু আন কিছুমান দলৰ লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰিছিল
উত্তৰঃ
( ঘ ) কংগ্ৰেছে বর্ধিত সংখ্যাগৰিষ্ঠতাৰে কেন্দ্ৰত ক্ষমতা দখল কৰিছিল।
উত্তৰঃ
২। তলত দিয়াবোৰ মিলোৱাঃ
(A) ছিণ্ডিকেট | (a) এজন নিৰ্বাচিত প্ৰতিনিধিয়ে যি দলৰ টিকটত নিৰ্বাচিত সেই দল ত্যাগ কৰিছিল। |
(B) দলত্যাগ | (b) জনমতক আকৰ্ষিত কৰা এটা মুগ্ধকৰ বাক্য। |
(C) জয়ধ্বনি | (c) বিভিন্ন আদৰ্শৰ দলে একগোট হৈ কংগ্ৰেছ আৰু ইয়াৰ নীতিৰ প্ৰতিবাদ কৰা। |
(D) কংগ্ৰেছবাদ বিৰোধী | (d) কংগ্ৰেছৰ ভিতৰতে এটা শক্তিশলী আৰু প্ৰভাৱশালী নেতাৰ গোট। |
৩। তলত দিয়া জয়ধ্বনীৰে তুমি কাক চিনাক্ত কৰিবা?
( ক ) জয় জোৱান , জয় কিষাণ
( খ ) ইন্দিৰা হটাও ( আঁতৰােৱা )
( গ ) গৰীৰি হটাও
উত্তৰঃ
৪ । ১৯৭১ চনৰ বৃহৎ মৈত্রীবন্ধ ( চুক্তি ) ৰ তলৰ কোনটো বাক্য শুদ্ধ ?
( ক ) অ – সাম্যবাদী আৰু অ – কংগ্ৰেছীয়ে গঠন কৰিছিল ।
( খ ) এখন স্বচ্ছ আৰু আদৰ্শৰ আঁচনি যুগুত আছিল ।
( গ ) সকলাে অ – কংগ্ৰেছী দলে গঠন কৰিছিল । উত্তৰঃ
৫। এটা ৰাজনৈতিক দলে আভ্যন্তৰীণ কন্দল কেনেদৰে মিত – মাত কৰা উচিত ? ইয়াৰ কিছুমান পৰামৰ্শ আছে । প্রত্যেকটোৰ কথা ভাবা আৰু প্ৰত্যেকটোৰ সুবিধা আৰু অসুবিধাৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ
৬। ১৯৬৭ চনৰ নিৰ্বাচনত তলত দিয়া কোনবােৰ কাৰণৰ বাবে কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল ? তােমাৰ উত্তৰৰ সপক্ষে কাৰণ দর্শোৱাঃ
( ক ) কংগ্ৰেছ দলত মােহিনী শক্তিযুক্ত নেতাৰ অভাৱ ।
উত্তৰঃ
( খ ) কংগ্ৰেছ দলত বিভাজন ।
উত্তৰঃ
( গ ) আঞ্চলিক , জনগােষ্ঠীয় আৰু সাম্প্রদায়িক শক্তিৰ ক্রমবর্ধমান গতি ।
উত্তৰঃ
( ঘ ) অ – কংগ্ৰেছী দলবােৰৰ মাজত ক্রমবর্ধমান ঐক্য ।
উত্তৰঃ
( ঙ ) কংগ্ৰেছ দলৰ আভ্যন্তৰীণ মতভেদ ।
উত্তৰঃ
৭। ১৯৭০ চনৰ আদিভাগত ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্রিয়তাৰ কাৰণবিলাক কি কি ?
উত্তৰঃ
৮। ‘৬০ -ৰ দশকত কংগ্ৰেছ দলৰ পৰিপ্ৰেক্ষিতত ছিণ্ডিকেট শব্দই কি বুজায় ? কংগ্ৰেছ দলত চিণ্ডিকেটে কেনে ভূমিকা পালন কৰিছিল ?
উত্তৰঃ
৯। কি কি কাৰণত ১৯৬৯ চনত কংগ্ৰেছ দল বিভাজিত হৈছিল ?
উত্তৰঃ
আৰ্হি প্ৰশ্নাৱলীৰচনাধর্মী প্রশ্ন ঃ
১। ভাৰতৰ দলীয় বাৱস্থাত দলত্যাগৰ বিষয়ে চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
২। যি চৰকাৰ অস্থিৰ আৰু কলহপ্রিয় সেই চৰকাৰক ভােটদাতাসকলে শাস্তি প্রদান কৰে । জনতা দলৰ শাসনৰ আলম লৈ ব্যাখ্যা কৰা।
উত্তৰঃ
৩। ষাঠিৰ দশকক কিয় বিপদজনক বছৰ বুলি কোৱা হয় ?
উত্তৰঃ
৪। ৰাজকীয় সুবিধাই কি বুজায় ? ১৯৭০ চনত ইন্দিৰা গান্ধীয়ে কিয় ইয়াক উঠাই দিয়াৰ ওপৰত গুৰুত্ব দিছিল ?
উত্তৰঃ
৫। ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল , আলােচনা কৰা ।
উত্তৰঃ
৬। “ আয়া ৰাম , গয়া ৰাম ” বাক্যাংশই কি ধাৰণাৰ তাৎপর্য বহন কৰিছে ? ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা।উত্তৰঃ
৭। ১৯৬৭ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা কেনেদৰে পৰিৱৰ্তন কৰিছিল ?
উত্তৰঃ
৮। ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে আলােচনা ।
উত্তৰঃ
৯। ১৯৭১ চনৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছক পুনৰ সংস্থাপনত সহায় কৰিছিল ।
উত্তৰঃ
১০। কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলােচনা কৰা ।
উত্তৰঃ
১১। ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্য প্রকৃতি সম্পর্কে বিশ্লেষণ কৰা ।
উত্তৰঃ
চমুটোকাঃ
১ । সংযুক্ত চৰকাৰ গঠন সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ
২। লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে কি জানা লিখা ।
উত্তৰঃ
৩।লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ভাৰতত কোন প্রধানমন্ত্রী হৈছিল ? প্রধানমন্ত্রী পদৰ কাৰণে কোনাে প্রতিদ্বন্দ্বীতা হৈছিল নেকি ?
উত্তৰঃ
৪। “ দলত্যাগ ” বাক্যষাৰ ব্যাখ্যা কৰা ।
উত্তৰঃ
৫। চতুর্থ সাধাৰণ নির্বাচনে কংগ্ৰেছক কেনেদৰে ধাক্কা ( Jolted ) মাৰিছিল ?
উত্তৰঃ
৬। ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰা চাৰিখন ৰাজ্যৰ নাম লিখা ।
উত্তৰঃ
৭। ৰাজনৈতিক দলবােৰে সৃষ্টি কৰা জয়ধ্বনীৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ
৮। লাল বাহাদুৰ শাস্ত্রীৰ চমু প্রধান মন্ত্রীত্বৰ সময়ছােৱাত ভাৰতে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ সন্মুখীন হােৱা দুটা প্রত্যাহ্বান উল্লেখ কৰা ।
উত্তৰঃ
৯। ১৯৬৭ চনৰ চতুর্থ সাধাৰণ নিৰ্বাচনৰ ফলাফলসমূহ কি আছিল ? চমুকৈ আলােচনা কৰা ।
উত্তৰঃ
অতি চমু প্রশ্ন :
১। তলত দিয়া বাক্যাংশৰ লগত আমি কাক চিনাক্ত কৰিব পাৰাে ?
( ক ) জয় জোৱান , জয় কিষাণ
( খ ) ইন্দিৰা হটাও
( গ ) গৰিবী হটাও
উত্তৰঃ
২ | তলত দিয়া কোনবােৰ বাক্য ১৯৭১ চনৰ বৃহৎ সন্মিলনৰ ক্ষেত্ৰত শুদ্ধ ?
( ক ) বৃহৎ সন্মিলন গঠন হৈছিল অ – সাম্যবাদী আৰু অ – কংগ্ৰেছী দলবােৰৰ দ্বাৰা ।
উত্তৰঃ
( খ ) বৃহৎ সন্মিলন গঠন হৈছিল যিবিলাকৰ স্বচ্ছ , আৰু আদৰ্শৰ আঁচনি আছিল ।
উত্তৰঃ
( গ ) বৃহৎ সন্মিলন গঠন হৈছিল সকলাে অ – কংগ্ৰেছী দলেৰে ।
উত্তৰঃ
৩। ইন্দিৰা গান্ধী চৰকাৰৰ সমাজবাদী নীতি ।
উত্তৰঃ
৪ । কংগ্ৰেছ দলত চিণ্ডিকেটৰ ভূমিকা ।
উত্তৰঃ
৫। ইন্দিৰা গান্ধী সম্পর্কে চমুকৈ লিখ ।
উত্তৰঃ
৬। ৰাম মনােহৰ লােহিয়া কোন আছিল ? চমু আভাস দিয়া ।
উত্তৰঃ
৭। ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ চমু বর্ণনা কৰা ।
উত্তৰঃ
৮। কোন বছৰত “ আয়া ৰাম , গয়া ৰাম ” কথাষাৰ উল্লেখ কৰা হৈছিল?
উত্তৰঃ
৯। কোনজন ব্যক্তিয়ে “ আয়া ৰাম , গয়া ৰাম ” কথাষাৰ কৈছিল ?
উত্তৰঃ
১০। তলত দিয়া জয়ধ্বনি দুটাৰ সৃষ্টিকর্তা কোন ?
( ক ) “ জয় জোৱান , জয় কিষাণ ” ( খ ) “ গৰিবী হটাও ”
উত্তৰঃ
১১। লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্রধানমন্ত্রীত্বৰ কালত কোন দুটা সমস্যাৰ সমুখীন হৈছিল ?
উত্তৰঃ
১২। দলত্যাগৰ অর্থ কি ?
উত্তৰঃ
বস্তুনিষ্ঠ প্রশ্নাৱলী
১। জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ?
উত্তৰঃ
২। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰঃ
৩। লােকসভাৰ ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল ?
উত্তৰঃ
৪। ১৯৬৭ চনৰ লােকসভা নির্বাচন প্রধান বিৰােধী দলটোৰ নাম কি ?
উত্তৰঃ
৫। চতুর্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তৰঃ
৬। লাল বাহাদুৰ শাস্ত্ৰীৰ ৰাজনৈতিক উত্তৰাধিকাৰী কোন আছিল ?
উত্তৰঃ
৭। ১৯৬৯ চনৰ ৰাষ্ট্রপতি নির্বাচনত ইন্দিৰা গান্ধীয়ে কোনজন প্রার্থীক সমর্থন কৰিছিল ?
উত্তৰঃ
শুদ্ধ উত্তৰ বাছি উলিওৱা ঃ
১।কোন কংগ্ৰেছ সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক ?
(ক) চি. নটৰাজন আন্নাদূৰাই (খ) কে. কামৰাজ (গ) ৰাম মমনোহৰ লেহিয়া (ঘ) নিজলিংগপা
উত্তৰঃ
২। সংযুক্ত চৰকাৰৰ যুগ আৰম্ভ হৈছিল—
( ক ) ১৯৭১ চনত ( খ ) ১৯৬৭ চনত ( গ ) ১৯৪৯ চনত ( ঘ ) ১৯৬৯ চনত
উত্তৰঃ
৩। ছিণ্ডিকেটৰ নেতা কোন আছিল ?
( ক ) কে . কামৰাজ ( খ ) এন . সঞ্জীৱা ৰেড্ডি । ( গ ) এচ , কে , পাটিল । ( ঘ ) ওপৰৰ আটাইকেইজন
উত্তৰঃ
৪। ১৯৭১ চনৰ লােকসভা নির্বাচনত ইন্দিৰা গান্ধী কংগ্ৰেছে লাভ কৰিছিল—
( ক ) ৪০৩ খন আসন ( খ ) ৩৭৫ খন আসন ( গ ) ২৫০ খন আসন । ( ঘ ) ৩৫২ খন আসন ।
উত্তৰঃ
৫।১৯৬৭ চনৰ চতুর্থ সাধাৰণ নির্বাচনে ভাৰতৰ ৰাজনৈতিক আৰু নির্বাচনী ইতিহাসত পৰিবৰ্তন আনিছিল । ( সত্য নে অসত্য লিখা )
উত্তৰঃ