আজিৰ পৰা কিমান বছৰৰ আগতে পৃথিৱীত চলি থকা বৰফৰ যুগটোৰ সমাপ্তি ঘটিছিল আৰু তুলনামূলকভাৱে এটা গৰম জলবায়ুৰ আৰম্ভণি হৈছিল ?

উত্তৰঃ আজিৰ পৰা ১১,৬৫০ বছৰৰ আগতে পৃথিৱীত চলি থকা বৰফৰ যুগটোৰ সমাপ্তি ঘটিছিল আৰু তুলনামূলকভাৱে এটা গৰম জলবায়ুৰ আৰম্ভণি হৈছিল ।