অগতানুগতিক শিক্ষা
১। অগতানুগতিক শিক্ষা কাক বোলে ?
উত্তৰঃ
২। অগতানুগতিকশিক্ষাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
৩। অগতানুগতিক শিক্ষাৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
৪। যােগাযােগ শিক্ষা মানে কি ?
উত্তৰঃ
৫। যােগাযােগ শিক্ষাৰ দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ
৬। অগতানুগতিক শিক্ষা প্রতিষ্ঠানিক হয়নে ?
উত্তৰঃ
৭। অগতানুগতিক শিক্ষাৰ পৰিসৰৰ অন্তর্ভুক্ত ব্যক্তিসকল কোন কোন ?
উত্তৰঃ
৮। যােগাযােগ শিক্ষাৰ ধাৰণা কোনে প্রথম প্রচলন কৰিছিল ?
উত্তৰঃ
৯। অগতানুগতিক শিক্ষাৰ চাৰিটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ
১০। অগতানুগতিক শিক্ষাই জ্ঞানৰ বিস্ফোৰণৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে ?
উত্তৰঃ
১১। বর্তমান সময়ত অগতানুগতিক শিক্ষা কিয় প্রয়ােজনীয় ?
উত্তৰঃ
১২। যােগাযােগ শিক্ষাৰ দুটা ভাল দিশ উল্লেখ কৰা ।
উত্তৰঃ
১৩। যােগাযােগ শিক্ষাৰ দুটা কুফল উল্লেখ কৰা ।
উত্তৰঃ
১৪। দূৰৱর্তী শিক্ষা মানে কি ?
উত্তৰঃ
১৫। দূৰৱর্তী শিক্ষাৰ এটা সংজ্ঞা দিয়া ।
উত্তৰঃ
১৬। দূৰৱর্তী শিক্ষাৰ যিকোনাে চাৰিটা উদ্দেশ্য লিখা ।
উত্তৰঃ
১৭। দূৰৱর্তী শিক্ষাৰ যিকোনাে দুটা মূল উদ্দেশ্য লিখা ।
উত্তৰঃ
১৮। মুক্ত শিক্ষা মানে কি ?
উত্তৰঃ
১৯। মুক্ত শিক্ষাৰ যিকোনাে দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ
২০। মুক্ত শিক্ষাৰ যিকোনাে তিনিটা উদ্দেশ্য লিখা ।
উত্তৰঃ
২১। অগতানুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
২২। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনাে তিনিটা উদ্দেশ্য লিখা ।
উত্তৰঃ
২৩। মুক্ত বিশ্ববিদ্যালয়ৰ যিকোনাে দুটা উদ্দেশ্য লিখা ।
উত্তৰঃ
২৪। ভাৰতৰ প্রথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ?
উত্তৰঃ
২৫। IGNOU- ৰ সম্পূর্ণ ৰূপটো লিখা ।
উত্তৰঃ
২৬। ১৯৮৫ চনত স্থাপিত হােৱা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল ?
উত্তৰঃ
২৭। প্রথম মুক্ত বিশ্ববিদ্যালয়খন ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰঃ
২৮। ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়খন ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰঃ
২৯। অসমত স্থাপন কৰা মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ৰখা হৈছে ?
উত্তৰঃ
৩০। খালী ঠাই পুৰণ কৰাঃ
(ক) চনৰ জুন মাহত মাধ্যমিক শিক্ষা আয়ােগে নিজস্ব প্রতিবেদন দাখিল কৰিছিল ।
(খ)আছিল বিশ্ববিদ্যালয় অনুদানৰ অধ্যক্ষ ।
( গ ) ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে পৰামর্শ দিয়া শিক্ষাৰ গাঁথনিৰ প্ৰক্ৰিয়াটো হ’ল ।
( ঘ ) কোঠাৰী আয়ােগৰ প্রতিবেদনখনৰ প্ৰকৃতভাৱে নামাকৰণ কৰা হৈছে ।
(ঙ) সদস্যৰে আয়ােগখন গঠন হৈছিল ।
৩১। চমুটোকা লিখাঃ
( ক ) দূৰবর্তী শিক্ষা
উত্তৰঃ
( খ ) মুক্ত বিদ্যালয়
উত্তৰঃ
( গ ) মুক্ত বিশ্ববিদ্যালয় ।
উত্তৰঃ