সাংবিধানিক ব্যৱস্থাৰ সংকট
The Crisis Of Constitutional Order
প্ৰশ্নাৱলী
১। জৰুৰী অৱস্থা সম্পর্কে তলত দিয়া কোনবােৰ বাক্যবােৰ শুদ্ধ নে অশুদ্ধ লিখা ঃ
( ক ) ইন্দিৰা গান্ধীয়ে ইয়াক ১৯৭৫ চনত ঘােষণা কৰিছিল ।
উত্তৰঃ
( খ ) ই মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল ।
উত্তৰঃ
( গ ) ইয়াক অর্থনৈতিক মণ্ডাৱস্থাৰ বাবে ঘােষণা কৰা হৈছিল ।
উত্তৰঃ
( ঘ ) জৰুৰীকালীন সময়ত বহুতাে বিৰােধী নেতাক আটক কৰা হৈছিল ।
উত্তৰঃ
( ঙ ) চি.পি.আই. দলে জৰুৰী অৱস্থাক সমর্থন কৰিছিল ।
উত্তৰঃ
২। জৰুৰীকালীন ঘােষণা সম্পর্কে থকা বিযুৰীয়া বাক্যটো বাহি উলিওৱা :
( ক ) সর্বাত্মক বিপ্লৱৰ আহ্বান
উত্তৰঃ
( খ ) ১৯৭৫ চনৰ ৰেলৰ ধর্মঘট
উত্তৰঃ
( গ ) নক্সালবাদী আন্দোলন
উত্তৰঃ
( ঘ ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়
উত্তৰঃ
( ঙ ) শ্বাহ আয়ােগৰ প্রতিবেদন
উত্তৰঃ
৩। তলত দিয়াবােৰ মিলােৱা :
(ক) সাৰ্বাত্মক বিপ্লৱ | (i) ইন্দিৰা গান্ধি |
(খ) গৰীব হটাও দূৰীকৰণ | (ii) জয়প্ৰকাশ নাৰায়ণ |
(গ) ছাত্ৰ আন্দোলন | (iii) বিহাৰ আন্দোলন |
(ঘ) ৰেলৰ ধৰ্মঘট | (iv) জৰ্জ ফাৰ্ণাণ্ডেজ |
৪। ১৯৮০ চনৰ মধ্যকালীন নির্বাচনৰ কাৰণবােৰ কি কি আছিল ?
উত্তৰঃ
৫। ১৯৭৭ চনত জনতা দল চৰকাৰে শ্বাহ আয়ােগক নিযুক্তি দিছিল । ইয়াক কিয় নিযুক্তি দিয়া হৈছিল ? ইয়াৰ বাচনি কি কি আছিল ?
উত্তৰঃ
৬। ১৯৭৫ চনত চৰকাৰে কি কাৰণত জাতীয় জৰুৰী অৱস্থা ঘােষণা কৰিছিল ?
উত্তৰঃ
৭। ১৯৭৭ চনৰ নিৰ্বাচনত কেন্দ্ৰত পােন প্রথমবাৰৰ বাবে বিৰােধীয়ে চৰকাৰ গঠন কৰে । ইয়াৰ কাৰণ তুমি কি বুলি ভাবা ?
উত্তৰঃ
৮। আমাৰ ৰাজনীতিত তলত দিয়া বিষয়সমূহৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থাৰ প্ৰভাৱ আলােচনা কৰাঃ
( ক ) নাগৰিকৰ পৌৰ অধিকাৰৰ ওপৰত প্ৰভাৱ ।
( খ ) কার্যপালিকা আৰু ন্যায়পালিকাৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ ।
( গ ) গমমাধ্যমৰ কার্যাৱলী ।
উত্তৰঃ
৯। জৰুৰী অৱস্থা ঘােষণাই ভাৰতীয় দলীয় ব্যৱস্থাত কি ধৰণে প্ৰভাৱ পেলাইছিল ? উদাহৰণ দি আলােচনা কৰা ।
উত্তৰঃ
আহি প্রশ্নাৱলী
ৰচনাধর্মী প্রশ্ন :
১। জৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতর্কসমূহ আলােচনা কৰা । তুমি জৰীকালীন অবস্থা ঘােষণা কৰাটো প্রয়ােজনীয় আছিল বুলি ভাবানে ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা দাঙি ধৰা ।
উত্তৰঃ
২। ১৯৭৫ চনত ঘােষণা কৰা জৰুৰী অৱস্থাৰ যিকোনাে চাৰিটা পৰিস্থিতি আলােচনা কৰা ।
উত্তৰঃ
৩। ১৯৭৫ চনৰ ২৫ জুনত ঘােষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলােচনা কৰা।
উত্তৰঃ
৪। জৰুৰী অৱস্থা ঘােষণাৰ ফলত ইন্দিৰা গান্ধী পদচ্যুত হৈছিল । কাৰণ দর্শোৱা ।
উত্তৰঃ
৫। জৰুৰীকালীন অৱস্থাই প্রমাণ কৰে যে আমাৰ দেশৰ সাংবিধানিক গণতন্ত্রৰ ভেটি ৰ দূর্বল । সপক্ষে বা বিপক্ষে যুক্তি দিয়া ।
উত্তৰঃ
৬। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা ।
উত্তৰঃ
৭। ১৯৭৭ চনত জনতা দল গঠনৰ কাৰণবিলাক কি কি ?
উত্তৰঃ
৮। ১৯৭০ ৰ দশকত সংঘটিত হােৱা ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাত সম্পর্কে আলােচনা কৰা । সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্রী কোন আছিল ?
উত্তৰঃ
৯। জনতা দলৰ নীতি আৰু আঁচনিসমূহ আলােচনা কৰা ।
উত্তৰঃ
১০। ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ কাৰণবােৰ কি কি?
উত্তৰঃ
১১। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘােষণাৰ ফলাফলসমূহ বর্ণনা কৰা ।
উত্তৰঃ
১২। ১৯৭৭ চনৰ লােকসভা নির্বাচনৰ যিকোনাে তিনিটা প্রধান ফলাফল ব্যাখ্যা কৰা ।
উত্তৰঃ
১৩। ১৯৭৫ চনৰ ২৫ জুনত ঘােষণা কৰা জৰুৰী ঘােষণাই ভাৰতীয় গণতন্ত্রত চেকা লগাইছিল । ভাৰতীয় দল প্রথাত ইয়াৰ প্ৰভাৱ মূল্যায়ন কৰা ।
উত্তৰঃ
১৪। নক্সালপন্থী আন্দোলন কি ? ভাৰতীয় ৰাজনীতিত ইয়াৰ ভূমিকা মূল্যায়ন কৰা ।
উত্তৰঃ
১৫। ১৯৭৩ চনৰ সংসদ আৰু ন্যায়পালিকাৰ বিবাদ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৬। ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বিৰােধী দলে চৰকাৰ গঠন কৰে । এই বিকাশৰ কাৰণসমূহ তুমি কি কি বুলি ধাৰণা কৰা ?
উত্তৰঃ
চমুটোকা লিখা ঃ
১। ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পাছত নিযুক্ত শ্বাহ আয়ােগৰ পৰামৰ্শাৱলী দাঙি ধৰা ।
উত্তৰঃ
২। সংবিধানৰ ৪২-নং সংশােধনী আইনৰ চাৰিটা প্রধান ব্যৱস্থা উল্লেখ কৰা ।
উত্তৰঃ
৩। গুজৰাটৰ নৱনির্মাণ আন্দোলনৰ ওপৰত এটা টোকা লিখা ।
উত্তৰঃ
৪। বিহাৰ আন্দোলনৰ ওপৰত এটা চমু বর্ণনা দিয়া ।
উত্তৰঃ
৫। গুজৰাটী আন্দোলনৰ বিষয় কি জানা ?
উত্তৰঃ
৬। ১৯৭৭ চনৰ প্ৰভাৱ চমুকৈ লিখা ।
উত্তৰঃ
৭। ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ চাৰিটা কাৰণ লিখা ।
উত্তৰঃ
৮। ১৯৭৭ চনত চৰকাৰ গঠন কৰাৰ পাছত জনতা দলৰ প্ৰধান সিদ্ধান্তসমূহ কি আছিল ?
উত্তৰঃ
৯। ১৯৭৫ চনৰ আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা ফলাফল কি আছিল ?
উত্তৰঃ
১০। ১৯৭৫ চনৰ জৰুৰী অৱস্থা ঘােষণাই ভাৰতীয় গণতন্ত্রক কেনেদৰে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰঃ
১১। ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ সময়ত কি ঘটিছিল ?
উত্তৰঃ
অতি চমু উত্তৰৰ প্রশ্ন ঃ
১। জৰুৰীকালীন অৱস্থা মানে কি বুজা ?
উত্তৰঃ
২। জৰুৰীকালীন অৱস্থাৰ দুটা ফলাফল উল্লেখ কৰা ।
উত্তৰঃ
৩। কোনখন ৰাজ্যত নৱনির্মাণ আন্দোলন সংঘটিত হৈছিল ?
উত্তৰঃ
৪। জয়প্রকাশ নাৰায়ণ কোন আছিল ?
উত্তৰঃ
৫। ১৯৭৪ চনৰ ৰেলৰ ধর্মঘট ।
উত্তৰঃ
৬। কোনজন প্রধানমন্ত্রীয়ে আৰু কেতিয়া আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা কৰিছিল ?
উত্তৰঃ
৭। গুজৰাটৰ নৱনির্মাণ আন্দোলন কোন চনত গঢ়ি উঠে ?
উত্তৰঃ
৮। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা ।
উত্তৰঃ
৯। ১৯৭৭ চনৰ লােকসভা নির্বাচনৰ দুটা ফলাফল লিখা ।
উত্তৰঃ
১০। ভাৰতবৰ্ষত কোনে কুৰিদফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল ? এই আঁচনি কিয় প্রৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ
বস্তুনিষ্ঠ প্রশ্নাৱলীৰ উত্তৰ দিয়া ঃ
১। কোন বছৰত ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা কৰিছিল ?
উত্তৰঃ
২। ১৯৭৫ চনত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা কৰা কালত ভাৰতৰ ৰাষ্ট্রপতি কোন আছিল ?
উত্তৰঃ
৩। ভাৰতৰ প্ৰথম অ-কংগ্ৰেছী প্রধানমন্ত্রী কোন আছিল ?
উত্তৰঃ
৪। ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ?
উত্তৰঃ
৫। কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল ?
উত্তৰঃ
৬। “ গণতন্ত্রৰ বাবে কংগ্ৰেছ” দলৰ নেতা কোন আছিল ?
উত্তৰঃ
৭। কেতিয়া “ গ্ৰেণ্ড এলায়েন্স ” গঠন কৰা হৈছিল ?
উত্তৰঃ
৮। চাৰু মজুমদাৰ কোন আছিল ?
উত্তৰঃ
৯। ১৯৭৪ চনৰ ৰেলৰ ধর্মঘটৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰঃ
১০। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা ভাৰতীয় ৰাষ্ট্রপতিগৰাকীৰ নাম লিখা ।
উত্তৰঃ
১১। ভাৰতবৰ্ষত প্রথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃঙ্খলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষনা কৰা হৈছিল?
উত্তৰঃ
প্ৰশ্ন উত্তৰ
১। ৩ নম্বৰৰ প্ৰশ্নৰ সৈতে একে কাৰণে এই প্ৰশ্নতো উত্তৰ দিয়া নাই।
উত্তৰঃ
২। অ-কংগ্ৰেছী দলৰ প্রথম প্রধানমন্ত্রী কোন আছিল ?
( ক ) চৰণ সিং
( খ ) এ.বি.বাজপেয়ী ।
( গ ) চন্দ্রশেখৰ
( ঘ ) মােৰাৰজী দেশাই
উত্তৰঃ
৩। আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘােষণা কৰিছিলঃ
( ক ) ২৫ জুন ১৯৭৫ চনত
( খ ) ২৫ মে ১৯৭৬ চনত
( গ ) ২৫ জুন ১৯৭৬ চনত
( ঘ ) ২৫ জুন ১৯৭৭ চনত
উত্তৰঃ
শুদ্ধ নে অশুদ্ধ লিখা ঃ
১। সর্বাত্মক বিপ্লৱৰ আহ্বান মােৰাৰজী দেশায়ে দিছিল ।
উত্তৰঃ
২। ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে গৰিবী হটাও ধ্বনি দিছিল ।
উত্তৰঃ
৩। চাৰু মজুমদাৰে কংগ্ৰেছ দল ত্যাগ কৰি জনসংঘ দল প্রতিষ্ঠা কৰিছিল ।
উত্তৰঃ
৪। ১৯৭৫ চনৰ ২৫ জুনৰ ৰাতি প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্রপতি গিয়ানী জাইল সিঙক লােকসভা ভংগ কৰাৰ পৰামর্শ দিছিল ।
উত্তৰঃ
৫। ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পার্টি চৰকাৰৰ মােৰাৰজী দেশাই প্রধানমন্ত্রী হৈছিল ।
উত্তৰঃ