কলম্বাচে কিমান খৃঃত নতুন বিশ্ব নামে জনাজাত কি আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ কলম্বাচে ১৪৯২ খৃঃত নতুন বিশ্ব নামে জনাজাত আমেৰিকা আৱিষ্কাৰ কৰিছিল ।