উত্তৰঃ- নিয়ৰ মুকুতা মনিটি পাহিত জিলিকে ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহিনিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গল মণি, ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ কবি-চন্দ্ৰকুমাৰ আগৰৱালা