Month: December 2021

(ঘ) এনফ্ৰঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্চা কৰিছিল ?

উত্তৰঃ- এন ফ্রাঙ্কে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তেওঁৰ কোনো বন্ধু নাছিল। তেওঁ এনেকুৱা এজন বন্ধুৰ অভাৱ অনূভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি সকলো কথা আদান- প্ৰদান কৰিব নোৱাৰে। সেইবাবে তেওঁ দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল।

(গ) আত্মসহায়ক গোটবোৰ দুখীয়া পৰিয়ালৰ মহিলাসকলে কেনেকৈ সহায় কৰে ?

উত্তৰঃ- আত্ম সহায়ক গোট বোৰে স্থানীয় সহজ লভ্য সম্পদ বিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীযসামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পুৰ কৰিছিল । এনেকৈ য়ে দুখীয়া পৰিয়ালৰ মহিলাসকলক আত্মসহায় গোটবোৰে সহায় কৰে।

৩)ক) প্ৰহ্লাদে বামানয় শাস্ত্ৰ লবলৈ কিয় আপত্তি কৰিছিল ?

উত্তৰ)- বামানয় শাস্ত্ৰজ্ঞান লʼবলৈ প্ৰহ্লাদে  আপত্তি কৰিছিল কিয়নো ই হৰি ভক্তিৰ বিৰুদ্ধ। আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰী চৰণত শৰণ লৈছিল।