Month: December 2021

৪ । ক) বিঞ্জানশাস্ত্ৰ জ্ঞানৰ ভঁৰাল।

উত্তৰঃ প্ৰসংগঃ- উক্ত কষাসাৰ আমাৰ পাঠ্যপুথিৰ বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। সংগতিঃ-আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰো তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে । বাখ্যাঃ- বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰোঁ । বিজ্ঞানৰ অধ্যয়নৰ দ্বাৰাই মানুহে নিতে নতুন নতুন বস্তুসমূহ উদ্ভাৱন কৰিব…

Read the full article