Hs 1st year গোট ১: গদ্য: ধনৰ ব্যৱহাৰ – সত্যনাথ বৰা আৰ্হি প্ৰশ্ন (মূল্যাংক-১) ১) কৃপণলোকৰ দুই ধৰ্ম কি কি? উত্তৰঃ লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা। ২) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি? উত্তৰঃ আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰ মূলমন্ত্ৰ । ৩) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? উত্তৰঃ আয় অলপ, খৰচ সৰহ সেয়েই দৰিদ্ৰ হোৱোৰ চিন। ৪) মানুহৰ ঋণ কেতিয়া…