অনুশীলনী
১) চমু উত্তৰ লিখাঁ
ক) কেঁচামাল বুলিলে কি বুজা ?
উত্তৰঃ-
খ) উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ কিয় প্ৰয়োজন?
উত্তৰঃ-
গ)উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখাঁ ?
উত্তৰঃ-
ঘ)লো-তীখা উদ্যোগৰ বাবে কি কি কেচাঁমালৰ প্ৰয়োজন?
উত্তৰঃ-
ঙ) পাটৰ কোপোৰ কেনেদৰে তৈয়াৰ কৰা হয় ?
উত্তৰঃ-
২)খালী ঠাই পূৰ কৰা-
ক) মুম্বাই ভাৰতৰ আধুনিক________________ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।
খ) কাগজ উদ্যোগৰ প্ৰধান কেছামাল হল ________________ ।
গ)উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্ৰীৰ চাহিদা দেশ-বিদেশৰ বজাৰত থাকিব লাগিব ।
ঘ)মুম্বাইৰ পিছত গুজৰাট ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ।
৪)ক অংশৰ লগত খ অংশ মিলোৱা
ক | খ |
তেল শোধনাগাৰ গেছ প্লাণ্ট কাগজ উদ্যোগ মৰাপাট উদ্যোগ সাৰ উদ্যোগ | কঁঠালগুৰি নামৰুপ শিলঘাট নুমলীঘাট জাগীৰোড |
৫) পৰ্যাপ্ত পৰিমানে কেচাঁমাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰন দি বুজাই লিখাঁ ।
উত্তৰঃ-
৬) অসমত বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই কাৰনসমূহ বুজাই লিখাঁ।
উত্তৰঃ-
৭) উদ্যোগ বুলিলে কি বুজা?ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম লিখাঁ ।
উত্তৰঃ-
৮)চমু টোকা লিখাঁ-
চেনি উদ্যোগ,কাগজ উদ্যোগ,কাপাহী বস্ত্ৰ উদ্যোগ,ৰেচম উদ্যোগ,লো-তীখা উদ্যোগ।
Type-Arup koch