অনুশীলনী
১) উত্তৰ লিখাঁ-
ক) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ-
খ) ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলিলে কোনটো বিদ্ৰোহক জনা যায়?
উত্তৰঃ-
গ) অসমত হোৱা চিপাহী বিদ্ৰোহত বৃটিছৰ গুৰি ধৰোঁতা ব্যক্তিগৰাকী কোন আছিল ?
উত্তৰঃ-
ঘ) কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা অসমৰ শাসনভাৰ বৃটিছ চৰকাৰে লয়?
উত্তৰঃ-
ঙ) পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহত বৃটিছৰ গুলীত কেইগৰাকী ব্যক্তি ছহিদ হৈছিল ?
উত্তৰঃ-
২) খালী ঠাই পূৰ কৰা-
ক) খাজনা বৃদ্ধিৰ প্ৰতিবাদত অসমৰ কৃষকসকলে _________________বিদ্ৰোহ কৰিছিল।
খ) ________________ নেতৃত্বত সমগ্ৰ ভাৰতত অহিংস গণতান্ত্ৰিক আন্দোলন আৰম্ভ হৈছিল।
গ) ১৮২৬ চনত বৃটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল ________________ আৰু ________________ ।
ঘ) ________________ চনত পিয়লীি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্ৰোহ কৰিছিল।
৩)ক অংশৰ লগত খ অংশ মিলোৱা।
‘ক’ | ‘খ’ |
ইয়াণ্ডাবু সন্ধি আইন অমান্য় আন্দোলন অসহযোগ আন্দোলন চিপাহী বিদ্ৰোহ ভাৰত ত্যাগ আন্দোলন | ১৯৩০-৩২চনত ১৯২০-২১ চনত ১৮২৬চনত ১৯৪২ চনত ১৮৫৭ চনত |
৪) শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা-
ক) স্বাধীন হোৱাৰ আগতে ভাৰতবৰ্ষ ফৰাছী /পৰ্তুগীজ/ইংৰাজৰ অধীনত আছিল।
খ) ভাৰতবৰ্ষ ১৯৪৭/১৯৪৪/১৯৪৫ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীন হয়।
গ) ১৮৬১/১৮৯৪/১৯৪২ চনত ইংৰাজ সকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল।
ঘ) আহোম ৰজাসকলে ২০০/৬০০/৪০০ বছৰ ৰাজত্ব কৰিছিল।
৫) চমু টোকা লিখা।-
ক) পথৰুঘাটৰ ৰণ খ)ৰঙিয়াৰ ৰাইজ মেল গ)ফুলগুৰিৰ ধেৱা
Type-Arup Koch