অনুশীলনী
১)উত্তৰ লিখাঁ-
ক)যাতায়ত বুলিলে কি বুজা ?
উত্তৰঃ-
খ) চকাৰ আৱিস্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তু কেনেকৈ কঢ়িয়াইছিল?
উত্তৰঃ-
গ) উন্নত যাতায়ত ব্যৱস্থা কিয় প্ৰয়োজন ?
উত্তৰঃ-
ঘ) পৰিবহন ব্যৱস্থা বুলিলে কি বূুজা ?
উত্তৰঃ-
ঙ) ভাৰতবৰ্ষত কি কি পৰিবহন ব্যৱস্থা আছে ?
উত্তৰঃ-
২)ক অংশৰ লগত খ অংশ মিলোৱা-
ক | খ |
ৰেলপথত চলা বাহন আলিবাটত চলা বাহন আকাশত চলা বাহন পানীত চলা বাহন | উৰাজাহাজ,হেলিকপ্টাৰ নাওঁ,ছাবমেৰিন ৰেলগাড়ী,ট্ৰাম বাছ ৰিক্সা,চাইকেল,ট্ৰাক |
৩) খালী ঠাই পূৰ কৰা-
ক)অসমৰ প্ৰথম ৰেলপ্ৰথমটো আছিল ___________ৰেলপথ।
খ) ভাৰতবৰ্ষত ___________ চনত প্ৰথম ৰেলপথ চৰকাৰীভাৱে মুকলি কৰা হয়।
গ)অসমত বৰ্তমান প্ৰায় ___________ কিঃমিঃ পথ নিৰ্মান কৰা হৈছে।
ঘ) ব্ৰক্ষ্ৰপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ’ল ___________ আৰু ___________ ।
ঙ)গুৱাহাটী আৰু দিল্লীৰ মাজত ___________ চনৰ পৰা বিমান চলাচল আৰম্ভ হয়।
৪) চমু টোকা লিথাঁ ।
ক)জল পৰিবহন খ)ৰেল পৰিবহন গ) ৰচী পৰিবহণ ঘ)আকাশী পথ পৰিবহন
৫)তলৰ অশুদ্ধ বাক্য কেইটা শুদ্ধ কৰি লিখাঁ-
ক)বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰেলপথৰ ব্যৱস্থা হোৱা নাই।
খ) অসমৰ পথসমূহক ৰাষ্ট্ৰীয় ঘাইপথ,জিলা গড়াকাপ্তানি পথ,জিলা আৰু পঞ্চায়ত পথত ভাগ কৰিব পাৰি ।
গ) জল পৰিবহন ব্যৱস্থা বৰ ব্যয়বহুল।
ঘ)অসমৰ বিমান বন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱা ব্যৱস্থা আছে।
ঙ)ভাৰতত ৰচী পৰিবহন ব্যৱস্থা আছে।
Type-Arup Koch