পৰিস্থিতি তন্ত্ৰ
১) উত্তৰ লিখা
ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি ?
উত্তৰঃ-
খ) উদ্ভিদক উৎপাদক বুলি কোৱা হয় ?
উত্তৰঃ-
গ) উপভোক্তা কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ-
ঘ) বিয়োজকে আমাক কিদৰে সহায় কৰে্ ?
উত্তৰঃ-
ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা ।
উত্তৰঃ-
২) খালী ঠাই পূৰ কৰা ।
ক) শামুক হল _______উপভোক্তা ।
খ)এটাতকৈ অধিক _______ মলি খাদ্যজালৰ সৃষ্টি হয়।
গ) শেন হল _______ শ্ৰেণীৰ উপভোক্তা।
ঘ)খাদ্যজালত এটাইতকৈ _______ খাদ্যশৃংখল থাকে।
৩) শুদ্ধ উত্তৰ বাছি উলিওৱা-
ক) খাদ্যশংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ/প্ৰাণী/অনুজীৱ থাকে।
খ) বিয়োজকে/উৎপাদকে /উপভক্তাই খাদ্য প্ৰস্তুত কৰে।
গ) উৎপাদকে/বিয়োজকে/উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে ।
৪)খাদ্যশৃংখল কি ?উদাহৰণেৰে সৈতে বুজাই লিখাঁ।
৫)পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহাকাৰে বুজাই লিখাঁ ।
৬)সালোক সংশ্লেষন বুলিলে কি বুজা ?
উত্তৰঃ-
৭)পাৰ্থক্য লিখাঁ-
ক) উৎপাদক আৰু বিয়োজক।
খ)তৃণভোজী আৰু মাংসভোজী প্ৰাণী
গ) খাদ্যশৃংখল আৰু খাদ্যজাল।
৮) পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গলে কি হব ?
উত্তৰঃ-
৯)খাদ্যজালৰ কি সৃষ্টি হয়?
উত্তৰঃ-
১০) মাটিত পৰি থকা মৃত জীৱবোৰ কি গেলি পচি যায় ?
উত্তৰঃ-
Type-Arup Koch