অনুশীলনী
১) উত্তৰ লিখাঁ-
ক)সামাজিক সমস্যা বুলিলে কি বুজা?
উত্তৰঃ-
খ) সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়।
উত্তৰঃ-
গ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহনা যোগায়?
উত্তৰঃ-
ঘ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহনা যোগায়?
উত্তৰঃ-
২) খালী ঠাই পূৰ কৰা-
ক)আমি সকলোৱে ______________পাতি বাস কৰো।
খ) ______________ হল সমাজৰ এক শ্ৰেণী মানুহৰ এক ভূল ধাৰণা।
গ)সম্স্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত ______________ সৃষ্টি হয়।
ঘ)ৰাইজৰ সচেতনতা আৰু ______________ নহলে কোনো সমস্যা সমাধান নহয়।
ঙ)লিখা-পঢ়া নজনা লোককে ______________ লোক বোলে।
৩)ক অংশৰ লগত খ অংশ মিলোৱা-
“ক” | “খ” |
অন্ধবিশ্বাসত কোনো পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে অন্ধবিশ্বাস, লিংগ-বৈষম্য, শিশু-শ্ৰমিক আদি মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰনা | শিশু শ্ৰমিকৰ সৃষ্টি হয়। ডাইনী বিশ্বাস। সামাজিক সমস্যা বৈঞ্জানিক ভিত্তি নাই। |
৪) অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা-
ক)গাওঁ পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।
খ)কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়।
গ) লিংগ-বৈষম্য হ’ল সমাজৰ এটা সমস্যা ।
ঘ)নিৰক্ষতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰি।
ঙ) টকা-পইছাৰ অভাৱ হলে লৰা-ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে ।
৫) চমু টোকা লিখাঁ-
ক)অন্ধবিশ্বাস খ)কু-সংস্কাৰ গ)যৌতুক
৬)সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখাঁ।
Type-Arup Koch