আমাৰ পৰিৱেশ ১) উত্তৰ লিখাঁ । ক) পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি ? উত্তৰঃ- খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? উত্তৰঃ- গ) শিৱসাগৰ জিলাত থকা পুৰনি কীৰ্তিচিহ্ন দুটাৰ নাম লিখাঁ । উত্তৰ-ঃ ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমৃূহ কি কি ? উত্তৰঃ- ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা ? উত্তৰঃ- ২) ক অংশৰ লগত খ…