অনুশীলনী- ১) উত্তৰ লিখাঁ- ক) অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা ? উত্তৰঃ- খ) বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম লিখা । উত্তৰঃ- গ) অসমৰ তিনিখন বিলৰ নাম লিখাঁ । উত্তৰঃ- ঘ) অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা । উত্তৰঃ- ঙ) বিলাতী মাটি প্ৰস্তুত কৰা দুবিধ বস্তুৰ…