১) পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া ।
২) পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখাঁ ।
৩) উত্তৰ লিখা
ক) লিখন,কৰ্ষন আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় ?
উত্তৰঃ-
খ) সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয় ?
উত্তৰঃ-
গ) উদ্গতিৰ ঘাই আহিলা কি ?
উত্তৰঃ-
ঘ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে ?
উত্তৰঃ-
ঙ) কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়?
উত্তৰঃ-
চ) পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব ?
উত্তৰঃ-
ছ) কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে ?
উত্তৰঃ-
৪) সত্য নে অসত্য লিখা ।
ক) কাপ নহলে লিখন কাম কৰিব নোৱাৰি ।
উত্তৰঃ-
খ) বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে।
উত্তৰঃ-
গ) হাল নহলে কৰ্ষন কৰিব নোৱাৰি।
উত্তৰ-
ঘ) আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল ?
উত্তৰঃ-
৫) খালী ঠাই পূৰ কৰা ।
ক) লাগতিয়াল_______ যতনাই নহলে কোনো কাম _________কৰিব নোৱাৰি।
খ) এইবোৰ কামৰ যেনে _________ আহিলা আছে, কোনো কাম ___________ কৰিব নোৱাৰি ।
গ) বিদ্যাই ___________ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ___________ লগাবলৈ ঠাই দেখা নাপায়।
ঘ) ___________ নহলে লিখন কাম কৰিব নোৱাৰি।
ঙ) বিদ্যাৰে মন ___________ নহলে সংসাৰত ___________ কৰিবলৈ সুচল নহয়।
৬) সমাৰ্থক শব্দবোৰ আচঁ টানি মিলোৱা।
সুকলমে নিষ্ফল সুকীয়া পৰিষ্কাৰ বৃথা প্ৰয়োজনীয় ফৰকাল অনায়াসে পোহৰ পৃথক লাগতিয়াল আলোক |
৭) বাক্য ৰচনা কৰা ।
খ্যাতিমন্ত, উদ্গতি , পৃথিৱী , খনিকৰ, বৃথা
Type-Arup koch