প্ৰাকৃতিক দুৰ্যোগ
১) উত্তৰ লিখা ।
ক) অসমত প্ৰলয়ংকৰী ভূমিকম্প হোৱা চন দুটা কি কি ?
উত্তৰঃ-
খ) ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল কত আছিল ?
উত্তৰঃ-
গ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?
উত্তৰঃ-
ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ?
উত্তৰঃ-
২) তলৰ প্ৰশ্নকেইটাৰ আলোচনা কৰি উত্তৰ লিখা ।
ক) চানডুবি বিল কেনেকৈ হৈছিল ?
উত্তৰঃ-
খ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল ?
উত্তৰঃ-
গ) ছুনামি কি ?
উত্তৰঃ-
ঘ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্ৰভাৱ পেলাইছিল ?
উত্তৰঃ-
খ -ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )
৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা ।
পাহাৰ বনভােজ চানডুবি বিল আতংক ভূমিকম্প
উঃ পাহাৰ = অসমৰ খাছীয়া জয়ন্তীয়া পাহাৰ এসময়ত পাহাৰ আছিল । বনভোজ = কালিলৈ ৰাম হত বনভোজ খাবলৈ যাব ।
চানডুবি বিল = চানডুবি বিল এসময়ত পাহাৰ আছিল ।
আনন্দ = লৰা বিলাকে আনন্দৰে খেলি আছে ।
আতংক = কৰোনাৰ বাবে গোতেই বিশ্ৱত আতংকৰ সৃষ্টি হৈছে ।
ভূমিকম্প = ভূমিকম্প আহিলে চিঞৰ বাসৰ কৰিব নালাগে ।
৪) উদাহৰণৰ দৰে শব্দগঠন কৰা আৰু অৰ্থ যানি লোৱা ।
ক) সাৱধান – সাৱধানতা বিচ্ছন্ন – বিছ্চিন্নতা বিভিন্ন – বিভিন্নতা
বিশাল – বিশালতা
প্ৰসাৰ – প্ৰসাৰতা
৫৷ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবােৰ বিচাৰি উলিয়াই লিখা ।
ফৰিদা – হেৰা মনু , তুমি কেনেকৈ যাবা ।
মনু – বাছ বা ৰিক্সাৰে যাম বুলিঁ ভাবিছোঁ ।
ফৰিদা- পিছে মই এতিয়া নাযাওঁ দিয়া ।
মনু – বাৰু হব দিয়া ।
ফৰিদা – উঃ , আজি যে কি গৰম ! মনু , মােক ঠাণ্ডা পানী এগিলাচ দিবা নে ?
মনু – হয় , দিছোঁ ৰ’বা ।
ফৰিদা – তুমি কাৰ লগত বজাৰলৈ যাবা ?
মনু – মই আৰু শেৱালি একেলগে যাম ।
Type-Arup koch