বল আৰু চাপ
১) বস্তৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া।
উত্তৰঃ
২। বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ
৩। তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা-
ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল টানিব লাগে।
খ) এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে।
গ) বোজাই কৰা ট্ৰলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব বা টানিব লাগিব।
ঘ) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে।
৪। এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টোৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধৱমান হয়। এই কথাখিনিৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা।
পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ।
ক) ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়।
খ) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল পেশীয় বলৰ উদাহৰণ।
গ) কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে স্পৰ্শ বলৰ উদাহৰণ।
ঘ) কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে মাধ্যাকৰ্ষণ আৰু বায়ুৰ বাবে হোৱা ঘৰ্ষণ।
৫। তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা।
ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।
উত্তৰঃ
খ) টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা।
উত্তৰঃ
গ) বেৰৰ হাঁকোটাৰ পৰা ওলোমাই থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে।
উত্তৰঃ
ঘ) নিদিষ্ট উচ্চতাত প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা।
উত্তৰঃ
৬) কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সজুঁলি তৈয়াৰ কৰে । হাতুৰিৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে ?
উত্তৰঃ
৭) ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘহিঁ লৈ , বেৰত হেঁচি ধৰা হল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । বেলুন আৰু বেৰখনত মাজৰ আকৰ্ষনত কি বলে ভূমিকা লৈছে ।
উত্তৰঃ
৮) মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিবৰ্তন ঘটাব পৰা নাই আলোচনা কৰা ।
উত্তৰঃ
৯) কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপস্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা
উত্তৰঃ
১০) ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰত বায়ুখিনি বুদবুদ্ আকাৰে ওলাই যোৱা দেখা যায় । আনহাতে , বাল্বৰ ওপৰত চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে । ড্ৰ’পাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে –
উত্তৰঃ