ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
১) চমু উত্তৰ দিয়া
(ক) স্কেল বা মাপনী বুলিলে কি বুজা ?
উত্তৰ-মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতকে স্কেল বা মাপনী বোলে ǀ
(খ) ভৌগোলিক তথ্য ব্যৱস্হা বুলিলে কি বুজা ?
উত্তৰ- যিটো ব্যৱস্হাই তথ্যসংগ্ৰহ,পৰীক্ষণ,বিশ্লেষণ,প্ৰদৰ্শন আধি কাৰ্য পৃথিৱীৰ বিভিন্ন স্হানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্হা বোলে ǀ
২) শুদ্ধ উত্তৰটোত ☑ চিন দিয়া
ক) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছল
(১)ইৰাট’স্হনিচে (২) ট’লেমিয়ে(৩)কাৰ্লৰিটাৰে
উত্তৰ-(২) ট’লেমিয়ে
খ) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল-
(১) নিৰূপক ভগ্নাংশ(২) ৰৈখিক স্কেল(৩) ভাষাৰ স্কেল
উত্তৰ- (১) নিৰূপক ভগ্নাংশ
গ)আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে-
(১) মিছৰত(২) মেছ’প’টেনিয়ামত(৩) চীনত
উত্তৰ- (২) মেছ’প’টেনিয়ামত
৩) বহলাই লিখা-মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ সম্বন্ধে এটি টোকা লিখা ǀ
উত্তৰ-