বায়ু আৰু পানীৰ প্ৰদূষণ
১। কি কি প্ৰকাৰে পানী প্ৰদূষিত হ’ব পাৰে?
উত্তৰঃ
২। তোমালোকে ব্যক্তিগতভাবে বায়ু প্ৰদূষণ কেনেকৈ হ্রাস কৰিবা?
উত্তৰঃ
৩। ‘পৰিস্কাৰ ,স্বচ্ছ (ফটফটীয়া) পানী খোৱাৰ উপযোগী’ – তোমাৰ মতামত আগবঢ়োৱা।
উত্তৰঃ
৪। ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰনিগমৰ এজন সদস্য । তোমাৰ নগৰখনৰ সকলো বোৰ বাসিন্দা ঘৰলৈ বিশুদ্ধ পানী যোগান ধৰিবলৈ কি কি ব্যৱস্থা ল’বা তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ
৫। বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজত পাৰ্থক্য সমূহ ব্যাখ্যা কৰা।
উত্তৰঃ
৬। কেনেকুৱা পৰিস্থিতিত এছিড বৰষুণ হব পাৰে ব্যাখ্যা কৰা।এছিড বৰষুণে আমাক কেনেকৈ অপকাৰ কৰিছে?
উত্তৰঃ
৭। তলত দিয়া গেছবোৰৰ ভিতৰত কোনকেইটা সেউজগৃহ গেছ নহয়?
(ক) কাৰ্বন-ডাই-অক্সাইড
(খ) ছালফাৰ-ডাই-অক্সাইড
(গ) মিথেন
(ঘ) নাই’ট্ৰজেন
উত্তৰঃ (ঘ) নাই’ট্ৰজেন
৮। তোমাৰ নিজৰ ভাষাৰে ‘সেউজ গৃহ প্ৰভাৱ’ ৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ
১০। তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ
১১। পানীত পোষক দ্ৰব্যৰ বৃদ্ধিয়ে কেনেকৈ জলজ জীৱৰ জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায় আলোচনা কৰা।
উত্তৰঃ