পণ্ডিত আনন্দৰাম বৰুৱা
২) উত্তৰ দিয়া ।
(ক) আনন্দৰাম বৰুৱাৰ জন্ম কত হৈছিল?
উত্তৰঃ- আনন্দৰাম বৰুৱাৰ জণ্ম ইংৰাজী ১৮৫০ চনৰ মে মাহৰ ২১তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত হৈছিল ।
(খ) তেওঁ পিতৃ-মাতৃৰ নাম কি?
উত্তৰঃ- তেওঁ পিতৃ গগৰাম বৰুৱা আৰু মাতৃ দুলভেশ্বৰী বৰুৱা ।
গ)আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভতি কৰিছিল?
উত্তৰঃ- আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সি কলেজত নাম ভত্তি কৰিছিল ।
ঘ) আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ- ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰআৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত তেওৰঁ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে প্ৰতিষ্টা কৰা হৈছিল আনন্দৰাম ভাষা কলা সংস্কৃতি সংস্থা ।
৩) ABILAC ৰ সম্পূণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা।
উত্তৰঃ– ABILAC ৰ সম্পূণ নামটো ইংৰাজীত হল Anundoram Borooah Institute Of Language Art And Culture ,Assam . অসমীয়াত হল আনন্দৰাম বৰুৱা ভাষা- কলা- সংস্কৃতি- সংস্থা।
৪) তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা।
কৌটিল্যৰ অথশাস্ত্ৰ উচ্চ সংস্কৃত ব্যাকৰণ
প্ৰাচীন ভাৰতৰ ভগোল সৰস্বতী কণ্ঠাভৰণ
ভৱভূতিৰ মহাবীৰ চৰিত ভাগৱতৰ দশম স্কন্ধ
ইংৰাজী-সংস্কৃত অভিধান সংস্কৃত ভাষাৰ বৃহ মহাভাৰত
উত্তৰঃ-
৫) আনন্দৰাম বৰুৱাই আই.চি. এছ পৰীক্ষাত উত্তীণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতকত মি. গ্ৰেণ্ট ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা।
৬) আনন্দৰাম বৰুৱাৰ কৰ্ম জীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা।
উত্তৰঃ
৭) ক অংশত থকা শব্দৰ লগত খ অংশত থকা অথবোৰ আঁচ টানি মিলোৱা ।
অধ্যৱসায় অতি শুৱনি, বহুতৰ মাজত চকুত পৰা
মন্থন সুনাম, যশস্যা
সুখ্যাতি মথা বা ঘোঁটা কায
জাতকজিলিকা প্ৰতিদ্বন্দ্বী
অৱদান আশা নকৰা
সংকল্প কামত লগোৱা, কামত নিয়োগ কৰা
অপ্ৰত্যাশিত নেৰা নেপেৰাকৈ লাগি থকা কায
প্ৰতিযোগী জ্ঞানী
নিযুক্ত কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা
মনীষী বৰঙণি বা অৰিহণা
৯) খালী ঠাই পূৰ কৰা।
(ক)কালি মই গুৱাহাটিলৈ যাম ।
(খ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন আহিব ।
(গ) লৰা বিলাকে খেল পথাৰত বল খেলিছে ।
১০) পাঠৰ পৰা বিশেষ্য, বিশেষণ, সবনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখা।
১১) চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা।
১২) কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে । তুমি নিজে তেনে এজন ব্যক্তি হবলৈ কি কৰিবা লিখা।জানো আহাপদ্মনাথ গােহাঞি বৰুৱা –
১৩) বিভিন্ন ক্ষেত্ৰত ( সাহিত্য, কলা, গীত গোৱা , বাদ্য-যন্ত্ৰী , চিত্ৰ-শিল্পী, খেলুৱৈ ) আদিৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা।
TYPE^__জ্যোতিষ কাকতি Jyotish kakati